ETV Bharat / state

মুছলপুৰত এজনৰ মৃতদেহ উদ্ধাৰ - BAKSA DIED

পিছত পৰিয়াল আৰু স্থানীয় ৰাইজে বিচাৰ খোচাৰ কৰি নিজ ঘৰৰ পৰা এক কিলোমিটাৰ দূৰৈত গঙৰ নৈত উদ্ধাৰ কৰে তেওঁৰ মৃতদেহ ৷ বাঢ়নী পানীৰ কোবাল সোঁতে উটুৱাই নিয়াাৰ ফলতে লোকজনৰ মৃত্যু হোৱা বুলি আশংকা কৰিছে ৰাইজে ৷

গঙৰ নদীত উদ্ধাৰ মৃতদেহ
author img

By

Published : Jul 15, 2019, 2:00 PM IST

বাক্সা, 15 জুলাইঃ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ নিকাছি আৰক্ষী চকীৰ অন্তৰ্গত ভূটানখুটিত দেওবাৰে নিশা এটা মৃতদেহ উদ্ধাৰ হয় ৷ নিকাছি আৰক্ষী চকীৰ অন্তৰ্গত ভূটানখুটিৰ গঙৰ নদীত উদ্ধাৰ হয় বাবুৰাম কটোৱালৰ মৃতদেহ ( ৫০) ৷ লোকজনৰ ঘৰ ভূটানখুটি শিমলাবস্তিত ৷ দেওবাৰে আবেলি নদী পাৰ হৈ পথাৰলৈ গৰু আনিবলৈ যোৱাৰ পিছৰ পৰা সন্ধানহীন হৈ আছিল লোকজন ৷

গঙৰ নদীত উদ্ধাৰ মৃতদেহ

পিছত পৰিয়াল আৰু স্থানীয় ৰাইজে বিচাৰ খোচাৰ কৰি নিজ ঘৰৰ পৰা এক কিলোমিটাৰ দূৰৈত গঙৰ নৈত উদ্ধাৰ কৰে তেওঁৰ মৃতদেহ ৷ বাঢ়নী পানীৰ কোবাল সোঁতে উটুৱাই নিয়াৰ ফলতে লোকজনৰ মৃত্যু হোৱা বুলি আশংকা কৰিছে ৰাইজে ৷ নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে ৷

Intro:বাকসাৰ মুছলপুৰত বানৰ কবলত পৰি এজন লোকৰ মৃত্যু হয় আৰু লোকজনৰ মৃতদেহ নদীত উদ্ধাৰ হয় ৷Body:বাকসা জিলাৰ , মুছলপুৰ মহকুমাৰ নিকাছি আৰক্ষী চকীৰ অন্তৰ্গত ভূটানখুটিত যোৱা নিশা এই মৃতদেহটো উদ্ধাৰ হয় ৷ নিকাছি আৰক্ষী চকীৰ অন্তৰ্গত ভূটানখুটিৰ গঙৰ নদীত উদ্ধাৰ হয় বাবুৰাম কটোৱালৰ মৃতদেহ ( ৫০) ৷ লোকজনৰ ঘৰ ভূটানখুটি শিমলাবস্তীত ৷ কালি আবেলি নদী পাৰ হৈ পথাৰলৈ গৰু আনিবলৈ গৈছিল লোকজনে ৷ পাছত পৰিয়াল আৰু স্থানীয় ৰাইজে বিচাৰ খোচাৰ কৰি নিজ ঘৰৰ পৰা এক কিলোমিটাৰ দূৰত নদীত উদ্ধাৰ কৰে তেওঁৰ মৃতদেহ ৷ বাঢ়নী পানীৰ কোবাল সোঁতে তেওঁক উটুৱাই নিয়াাৰ ফলতে লোকজনৰ মৃত্যু হোৱা বুলি আশংকা কৰিছে ৰাইজে ৷ নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰেConclusion:চাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.