ETV Bharat / state

জোঁৱায়েকৰ আক্ৰমণত নিহত শাহুৱেকঃ উত্তপ্ত কুমাৰীকাটা থানা চৌহদ - Binoapur murder

বাক্সা জিলাৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত বৃহত্তৰ এন কে আঙাৰকাটাৰ বিনোৱাপুৰত অঘটন । জোঁৱায়েকে কাঠৰ টুকুৰাৰে মূৰত আঘাত কৰি হত্যা কৰে শাহুৱেকক ৷

বিনোৱাপুৰত অঘটনঃ জোৱায়েকৰ আক্ৰমণত নিহত শাহুৱেক
author img

By

Published : Nov 13, 2019, 6:51 PM IST

Updated : Nov 13, 2019, 7:00 PM IST

কুমাৰীকাটা, 13 নৱেম্বৰঃ বাক্সা জিলাৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত বিনোৱাপুৰত অঘটন ৷ জোঁৱায়েকৰ আক্ৰমণত মৃত্যু হয় শাহুৱেকৰ ৷ ঘটনা অনুসৰি অভিযুক্ত জোঁৱায়েক প্ৰকাশ মণ্ডলে শাহুৱেক গৌৰী শীলক কাঠৰ টুকুৰাৰে মূৰত আঘাত কৰে যাৰ ফলত মৃত্যুক আঁকোৱালি লয় মহিলাগৰাকীয়ে ৷ পাৰিবাৰিক কন্দলৰ বাবেই সংঘটিত হয় এই শোকাৱহ ঘটনাটো ৷

বিনোৱাপুৰত অঘটন

আনহাতে, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অভিযুক্ত প্ৰকাশ মণ্ডলক আটক কৰে ৷ লগে লগে স্থানীয় মহিলাসকল আৰক্ষী চকীত উপস্থিত হৈ হত্যাকাৰীৰ ফাঁচীৰ দাবীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷

Intro:বাক্সাৰ কুমাৰীকাটাত জোৱাইকৰ আক্ৰমনত শাহুৱেক নিহত ।

Body:বাক্সা জিলাৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত বৃহত্তৰ এন কে আঙাৰকাটাৰ বিনোৱাপুৰত অঘটন । জোৱাইকে কাঠৰ টুকুৰাৰে মূৰত আক্ৰমণ কৰি হত্যা কৰে শাহুৱেকক । জোৱাইক প্ৰকাশ মণ্ডলে নিজৰ শাহুৱেক গৌৰী শীল (৪০) ক বুধবাৰে পূৱা ৯:৩০ মান বজাত নিজ গৃহতে আক্ৰমণ কৰি হত্যা কৰে । লগতে ঘৈণীয়েক মাম্পী শীলকো আক্ৰমণ কৰে । খবৰ পোৱা মাত্ৰেই কুমাৰীকাটাৰ আৰক্ষী চকীৰ এটা দল উপস্থিত হৈ হত্যাকাৰী প্ৰকাশ মণ্ডলক আটক কৰে । লগে লগেই স্থানীয় মহিলা সকল আৰক্ষী চকীত উপস্থিত হয় এক হুলস্থুল পৰিবেশৰ সৃষ্টি কৰে ।

Conclusion:স্থানীয় লোক সকলে হত্যাকাৰী প্ৰকাশ মণ্ডলক ফাচি দিবলৈ আহ্বান জনায় । উল্লেখ্য যে উক্ত হত্যাকাণ্ডটো পাৰিবাৰিক কণ্ডোলৰ ফলতেই হত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।

ভাষ্য : ১/২ স্থানীয় লোক
৩/ আৰক্ষী বিষয়া

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
Last Updated : Nov 13, 2019, 7:00 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.