ETV Bharat / state

মুছলপুৰত PNRD পৰীক্ষাৰ ফলাফলৰ বিৰুদ্ধে আছুৰ বিক্ষোভ কাৰ্যসুচী

PNRDৰ জালিয়াতি উচ্ছ ন্যায়লয়ৰ তদন্ত বিচাৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰে

মুছলপুৰত PNRD পৰীক্ষাৰ ফলাফলৰ বিৰুদ্ধে আছুৰ বিক্ষোভ কাৰ্যসুচী
author img

By

Published : Mar 20, 2019, 11:10 PM IST

বাক্সা20 মাৰ্চঃ বাক্সাৰ মুছলপুৰত আছুৰ তিনি ঘন্টীয়া বিক্ষোভ কাৰ্যসুচী৷ PNRD পৰীক্ষাৰ ফলাফলৰ বিৰুদ্ধে বাক্সা জিলা জিলা ছাত্ৰ সন্থাই তিনি ঘন্টীয়া বিক্ষোভ কাৰ্যসুচী ৰুপায়ন কৰে ৷ চৰকাৰৰ ছত্ৰছাঁয়াত মন্ত্ৰী আমোলাই অঙহী বঙহীক চাকৰি দিয়াৰ অভিযোগ ছাত্ৰ-সন্থাৰ ।

মুছলপুৰত PNRD পৰীক্ষাৰ ফলাফলৰ বিৰুদ্ধে আছুৰ বিক্ষোভ কাৰ্যসুচী

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ খনে গুৰুত্বপূৰ্ণ বিভাগ পঞ্চায়ত, গ্ৰামোন্নয়ণ আৰু জনসংযোগত বিভিন্ন জালিয়াতিৰে মন্ত্ৰী আমোলাৰ অঙহী বঙহীক চাকৰি দি ছাত্ৰ-ছাত্ৰী জীৱনক লৈ হেতালী খেলা চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ তীব্ৰ প্ৰতিবাদ কৰে । ছাত্ৰ সন্থাৰ অভিযোগ চৰকাৰৰ ছত্ৰ-ছায়াতে গঢ়ি উঠিছে চাকৰি বজাৰ আৰু পিছদুৱাৰেদি চাকৰি দিয়াৰ অভিযোগ । কিন্তু চকু মুদা কুলিৰ ভাও জুৰিছে সৰ্বানন্দ সোণোৱালে । বিজেপি চৰকাৰখনৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ বিপক্ষে সদৌ অসম ছাত্ৰ সন্থাই অসমীয়া জাতিৰ স্বাৰ্থত জংগী আন্দোলন অব্যাহত ৰখাৰ হুমকা সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ । দুৰ্নীতি আৰু PNRDৰ জালিয়াতি উচ্ছ ন্যায়লয়ৰ তদন্ত বিচাৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰে সদৌ অসম ছাত্ৰ সন্থা

Intro:মুছলপুৰত আছুৰ তিনি ঘন্টীয়া বিক্ষোভ কাৰ্যসুচী
Body: বাক্সাৰ মুছলপুৰত বাক্সা জিলা ছাত্ৰ সন্থাই আজি তিনি ঘন্টীয়া বিক্ষোভ কাৰ্যসুচী ৰুপায়ন কৰে ৷ ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু জনসংযোগত সংঘটিত নিযুক্তি কেলেংকাৰীৰ তদন্ত আৰু নিৱনুৱা যুৱক -যুৱতীক ন্যায় প্ৰদানৰ দাবীত এই বিক্ষোভ কাৰ্যসুচী ৰুপায়ন কৰে আছুৰ বাক্সা জিলা সমিতিয়ে ৷Conclusion:আছু সদস্যসকলে অসম চৰকাৰ হায় হায়, পি এন আৰ ডি নিযুক্তি কেলেংকাৰীৰ দোষীক শাস্তি দিয়ক, নিৱনুৱা যুৱক যুৱতীক ন্যায় প্ৰদান কৰক আদি শ্লোগান দি মুছলপুৰৰ আকাশ -বতাহ উত্তাল কৰি তোলে ৷
বাইট— আছু নেতা ৷
বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.