ETV Bharat / state

পাথৰিঘাটত বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে ৰাইজক - নাঁওকটা

পাথৰিঘাট নাঁওকটা অঞ্চলৰ একমাত্ৰ প্ৰধান পথটোত পুখুৰী সদৃশ ঘাট । একাঠু একাঠু বোকাৰ মাজেৰেই যাতায়াত কৰিবলগীয়ৈ হৈছে ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজে । কিন্তু মেৰামতিৰ বাবে কোনো পদক্ষেপ লোৱা নাই স্থানীয় বিধায়কৰ লগতে গড়কাপ্তানী বিভাগে ।

পাথৰিঘাটৰ পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক
author img

By

Published : May 29, 2019, 3:42 PM IST

বাক্সা, ২৯ মেঃ কছুবাৰী নাঁওকটা পাথৰিঘাট গড়কাপ্তানী পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে সমগ্ৰ পাথৰিঘাটবাসীক । পথটোৰ মাজত থকা প্ৰকাণ্ড- প্ৰকাণ্ড গাঁতৰ বাবে সংঘটিত হৈছে দুৰ্ঘটনাৰ ।

পাথৰিঘাটৰ পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক

বাক্মা জিলাৰ পাথৰিঘাট গড়কাপ্তানী পথৰ নাঁওকটা চকৰ পশ্চিম দিশৰ প্ৰায় ১০০ মিটাৰ পথৰ শোচনীয় অৱস্থাই দীৰ্ঘদিনৰে পৰা ৰাইজক জ্বলা-কলা খুৱাইছে । গড়কাপ্তানী বিভাগৰ হেমাহীৰ বাবেই জহি-খহি গৈছে পথটো । নাঁওকটা অঞ্চলৰ একমাত্ৰ প্ৰধান পথটোৰ দুৰাৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ লগতে বহুলোক দুৰ্ঘটনাত পতিত হ'ব লগীয়া হৈছে । কিন্তু দীৰ্ঘ দিনধৰি স্থানীয় বিধায়কক ৰাইজে পথটো মেৰামতি কৰিবলৈ অনুৰোধ কৰিছিল যদিও কোনো পদক্ষেপ নোলোৱাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ । উক্ত পথটো অতি শীঘ্ৰে মেৰামতি কৰি ৰাইজক যাতায়াতৰ বাবে সুচল কৰি দিবলৈ চৰকাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষলৈ অনুৰোধ কৰিছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে ।

লগতে আন এটি বাতৰি- পুখুৰীৰ ওপৰেদি চলিছে গাড়ী ! কেনেকৈ?

Intro:কছুবাৰী নাওকটা পাথৰিঘাট গড়কাপ্তানী পথৰ নাওকটা চাৰিয়ালিৰ পশ্চিম দিশৰ প্ৰায় ১০০ মিটাৰ পথে জলাকলা খুৱাইছে ৰাইজক।
গড়কাপ্তানী বিভাগৰ হেমাহীৰ বাবে পথচোৱ এনেদৰে শোচনীয় হৈ পৰিছে।
Body:২৯/৫/২০১৯,তামুলপুৰ।
বাক্মা জিলাৰ গোৰেশ্বৰৰ নাওকটা চকৰ মাজ মজিয়াৰে যোৱা কছুবাৰী নাওকটা পাথৰিঘাট গড়কাপ্তানী পথৰ নাওকটা চকৰ পশ্চিম দিশৰ প্ৰায় ১০০ মিটাৰ পথৰ শোচনীয় অৱস্থাই ৰাইজক নগুৰ নাগতি কৰিছে।গড়কাপ্তানী বিভাগৰ হেমাহীৰ বাবে পথ চোৱা এনেদৰে শোচনীয় হৈ আছে।এই পথটোৰে দৈনিক চাৰিখন স্কুলৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰাৰ উপৰিও নাওকটা অঞ্চলৰ পশ্চিম দিশৰ গাও সমুহৰ যাতায়তৰ একমাত্ৰ প্ৰধান পথ।এই পথচোৱাত বহু সময়ত স্কুলীয়া ছাত্ৰ ছাত্ৰী ও দুৰ্ঘটনাত পতিত হৈছে।এই পথ চোৱা অতি শীঘ্ৰে মেৰামতি কৰি ৰাইজক যাতায়তৰ বাবে সুচল কৰি দিবলৈ স্থানীয় ৰাইজৰ চৰকাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষলৈ অনুৰোধ।

তামুলপুৰৰ পৰা দ্বীপেন‌ শৰ্মা ETV bharat Assam .Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.