ETV Bharat / state

এন আৰ চিৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তিৰ অভিযোগ - বাক্সা

বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন বিশ্বাসৰ পুত্ৰ - কন্যাৰ নাম এন আৰ চিৰ বাদ পৰা তালিকাত সন্নিৱিষ্ট হোৱাত হতচকিত হৈ পৰিছে জনপ্ৰতিনিধি গৰাকী ।

এন আৰ চিৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তিৰ অভিযোগ
author img

By

Published : Jul 6, 2019, 3:06 PM IST

বাক্সা, ৬ জুলাইঃ বাক্সাত এন আৰ চিৰ কৰ্মচাৰীৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন বিশ্বাসৰ । দুবাৰকৈ এন আৰ চিৰ শুনানিত উপস্থিত থকাৰ পিচতো বাদ পৰিল দুই পুত্ৰ কন্যাৰ নাম ৷

উল্লেখ্য যে, এন আৰ চিৰ প্ৰথমখন খচৰা তালিকা প্ৰকাশৰ পিচতে প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন বিশ্বাস প্ৰকৃত ভাৰতীয় নহয় বুলি দুজন লোকে অভিযোগ কৰিছিল ৷ সেই অভিযোগৰ ওপৰত ভিত্তি কৰি বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গৰাকীয়ে দুবাৰকৈ শুনানিত উপস্থিত থাকি প্ৰকৃত ভাৰতীয়ৰ প্ৰমাণপত্ৰৰ তথ্য দাখিল কৰিছিল ৷ কিন্তু শেহতীয়াভাৱে ঘোষিত খচৰা তালিকাত জনপ্ৰতিনিধি গৰাকীৰ পুত্ৰ - কন্যাৰ নাম এন আৰ চিৰ বাদ পৰা তালিকাত সন্নিৱিষ্ট হোৱাত হতচকিত হৈ পৰিছে জনপ্ৰতিনিধি গৰাকী ৷ ৰবীন বিশ্বাসে অভিযোগ কৰি কয় যে, দুবাৰকৈ শুনানিত উপস্থিত থাকি তথ্য পাতি দিয়াৰ পিচতো নিজৰ পুত্ৰ কন্যাৰ নাম বাদ পৰিছে ৷ লগতে এন আৰ চিৰ শুনানিৰ নামতো এন আৰ চিৰ কৰ্মচাৰীৰ বাবে প্ৰকৃত ভাৰতীয় লোকসকল হাৰাশাস্তিৰ সম্মুখীন হোৱা বুলি অভিযোগ উত্থাপন কৰে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন বিশ্বাসে ৷

এন আৰ চিৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তিৰ অভিযোগ

লগতে আন এটা বাতৰি - কেন্দ্ৰীয় বাজেট সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে ?

Intro:এন আৰ চিৰ নামত চলিছে প্ৰকৃত ভাৰতীয়ৰ হাৰাশাস্তি।
বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন বিশ্বাসৰ অভিযোগ।
বাদ পৰা তালিকাত কাৰ্যবাহী সদস্যগৰাকীৰ পুত্ৰ কন্যাৰ নাম।

Body: এন আৰ চিৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি ৷ এন আৰ চিৰ কৰ্মচাৰীৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ ৷ বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন বিশ্বাসে আনিছে এই অভিযোগ ৷ দুবাৰকৈ এন আৰ চিৰ শুনানীত উপস্থিত থকাৰ পিচতো বাদ পৰা তালিকাত প্ৰাক্তন কাৰ্যবাহী সদস্য গৰাকীৰ দুই পুত্ৰ কন্যাৰ নাম ৷ উল্লেখ্য যে এন আৰ চিৰ প্ৰথমখন খচৰা তালিকা প্ৰকাশৰ পিচতে প্ৰাক্তন কাৰ্য্যবাহী সদস্য গৰাকীক প্ৰকৃত ভাৰতীয় নহয় বুলি দুজন লোকে অভিযোগ কৰিছিল ৷ সেই অভিযোগৰ ওপৰত ভিত্তি কৰি বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্যগৰাকীয়ে দুবাৰকৈ শুনানীত উপস্থিত থাকি প্ৰকৃত ভাৰতীয়ৰ প্ৰমানপত্ৰৰ তথ্য দাখিল কৰিছে ৷ কিন্তু শেহতীয়াভাৱে ঘোষিত খচৰা তালিকাত জনপ্ৰতিনিধি গৰাকীৰ পুত্ৰ - কন্যাৰ নাম এন আৰ চিৰ বাদ পৰা তালিকাত সন্নিৱিষ্ট হোৱাত হতচকিত হৈ পৰিছে জনপ্ৰতিনিধি গৰাকীয়ে ৷ ৰবীন বিশ্বাসে অভিযোগ কৰি কয় যে দুবাৰকৈ শুনানীত উপস্থিত থাকি তথ্য পাতি দিয়াৰ পিচতো নিজৰ পুত্ৰ কন্যাৰ নাম বাদপৰা তালিকাত অন্তৰ্ভূক্ত হৈছে ৷

Conclusion:সেয়ে এন আৰ চিত বহু ভাৰতীয় লোক বাদ পৰাৰ বিপৰিতে বিদেশীলোকৰ নাম অন্তৰ্ভূক্ত হব ৷ লগতে এন আৰ চিৰ শুনানীৰ নামতো এন আৰ চিৰ কৰ্মচাৰীৰ বাবে প্ৰকৃত ভাৰতীয় লোকসকল হাৰাশাস্তিৰ সম্মুখীন হোৱা বুলি অভিযোগ উত্থাপন কৰে ৷

ভাষ্য --ৰবীন বিশ্বাস।
বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.