ETV Bharat / state

নতুন দিল্লীত ছপা মধ্যমৰ সাংবাদিকৰ বাৰ্ষিক অধিবেশন - নতুন দিল্লীত ছপা মধ্যমৰ সাংবাদিকৰ বাৰ্ষিক অধিবেশন

অধিবেশনত দেশৰ ২৪ খন ৰাজ্যৰ ক্ষুদ্ৰ আৰু মজলীয়া বাতৰি কাকতৰ সম্পাদক, স্বত্বাধিকাৰী, প্ৰকাশকৰ লগতে ৩ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। প্ৰথম দিনা ফেদাৰেচনৰ সৰ্বভাৰতীয় সভাপতি গুৰুন্দৰ সিঙৰ সঞ্চলনাত "ছপা মাধ্যমৰ প্ৰভাৱ" শীৰ্ষক এটা মনোজ্ঞ আলোচনা অনুষ্ঠিত কৰা হয় ৷

ছপা মধ্যমৰ সাংবাদিকৰ বাৰ্ষিক অধিবেশন
ছপা মধ্যমৰ সাংবাদিকৰ বাৰ্ষিক অধিবেশন
author img

By

Published : Dec 22, 2019, 3:13 PM IST

নতুন দিল্লী, 22 ডিচেম্বৰ: সামৰণি পৰিল সদৌ ভাৰত ক্ষুদ্ৰ আৰু মজলীয়া বাতৰি কাকত ফেদাৰেচনৰ ৪৮ সংখ্যক দ্বিবাৰ্ষিক অধিবেশনৰ । দেশৰ ৰাজধানী নতুন দিল্লীত ১৯ আৰু ২০ ডিচেম্বৰত অনুষ্টিত হয় সদৌ ভাৰত ক্ষুদ্ৰ আৰু মজলীয়া বাতৰিকাকত ফেদাৰেচনৰ ৪৮ সংখ্যক দ্বিবাৰ্ষিক অধিবেশন । এই অধিবেশনত দেশৰ ২৪ খন ৰাজ্যৰ ক্ষুদ্ৰ আৰু মজলীয়া বাতৰি কাকতৰ সম্পাদক, স্বত্বাধিকাৰী, প্ৰকাশকৰ লগতে ৩ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। প্ৰথম দিনা ফেদাৰেচনৰ সৰ্বভাৰতীয় সভাপতি গুৰুন্দৰ সিঙৰ সঞ্চলনাত "ছপা মাধ্যমৰ প্ৰভাৱ" শীৰ্ষক এটা মনোজ্ঞ আলোচনা অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠানত পি আই বিৰ সঞ্চালক কে এছ ধটৱালাই মুখ্য অতিথি ৰূপে অংশ লয়।

ছপা মধ্যমৰ সাংবাদিকৰ বাৰ্ষিক অধিবেশন

লগতে পঢ়ক: এইবাৰ মুখ্যমন্ত্ৰীক উভতি ধৰিলে একালৰ সতীৰ্থ জগদীশ ভূঞাই

উক্ত সভাতে, পূৰ্বৰ সভাপতি গুৰুন্দৰ সিঙক প্ৰতিনিধি সভাই পুনৰ ফেদাৰেচনৰ সৰ্বভাৰতীয় সভাপতি হিচাপে নিৰ্বাচন কৰে । আনহাতে দ্বিতীয় দিনা বিনা প্ৰতিদ্বন্দিতাৰে অসম ৰাজ্যিকৰ সভাপতি হিচাপে নিৰ্বাচিত হয় সাংবাদিক তথা মাহেকীয়া ৰহস্যৰ মুখ্য সম্পাদক বাবু ৰাভা হাকাচাম । সভাত সাম্প্ৰতিক সময়ত ক্ষুদ্ৰ আৰু মজলীয়া বাতৰি কাকত সমূহে সমুখীন হৈ থকা সমস্যা সমূহ সমাধানৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনাই সাংবাদিক সন্থাই ।

Intro:সামৰি পৰিল সদৌ ভাৰত ক্ষুদ্ৰ আৰু মজলীয়া বাতৰি কাকত ফেদাৰেচনৰ ৪৮ সংখ্যক দ্বীবাৰ্ষীক অধিবেশন ৰ।Body:দেশৰ ৰাজধানী নতুন দিল্লীত ১৯ আৰু ২০ ডিচেম্বৰ তাৰিখে দুদিনিয়া কাৰ্য্যসূচী ৰে অনুষ্টিত হৈ যায় সদৌ ভাৰত ক্ষুদ্ৰ আৰু মজলীয়া বাতৰিকাকত ফেদাৰেচনৰ ৪৮সংখ্যক দ্বীবাৰ্ষীক অধিবেশন ।এই অধিবেশন ত দেশৰ ২৪ খন ৰাজ্য ৰ ক্ষুদ্ৰ আৰু মজলীয়া বাতৰি কাকত ৰ সম্পাদক, স্বত্বাধিকাৰী,প্ৰকাশকৰ ৩ শতাধিক প্ৰতিনিধি য়ে অংশগ্ৰহণ কৰে।প্ৰথম দিনা বিয়লি ফেদাৰেচনৰ সৰ্বভাৰতীয় সভাপতি গুৰুন্দৰ সিঙৰ সঞ্চলনাত "ছপা মাধ্যমৰ প্ৰভাৱ"শিৰ্ষক এক মনোজ্ঞ আলোচনাত বিয়লি পি আই বিৰ সঞ্চালক কে এছ ধটৱালাই মুখ্য অতিথি ৰূপে অংশ লয়।

পূৰ্বৰ সভাপতি গুৰুন্দৰ সিঙক প্ৰতিনিধি সভাই পুণৰ ফেদাৰেচনৰ সৰ্বভাৰতীয় সভাপতি হিচাপে নিৰ্বাচন কৰে।আনহাতে দ্বিতীয় দিনা বিনা প্ৰতিদ্বন্দিতা ৰে অসম ৰাজ্যিকৰ সভাপতি হিচাপে নিৰ্বাচিত হয় সাংবাদিক তথা মাহেকীয়া ৰহস্য ৰ মুখ্য সম্পাদক বাবু ৰাভা হাকাচাম।
সভাত সাম্প্ৰতিক সময়ত ক্ষুদ্ৰ আৰু মজলীয়া বাতৰি কাকত সমুহে সমুখিন হৈ থকা সমেস্যা সমুহ সমাধানৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনাই।

তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ।
ETV Bharat Assam.
Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.