ETV Bharat / state

বড়ো সাহিত্য সভাৰ মুকলি অধিৱেশনত উপস্থিত প্ৰমোদ বড়ো - এনডিএফবিৰ নেতা ৰঞ্জন দৈমাৰী

বাক্সাৰ তামুলপুৰত ৬০ সংখ্যক বড়ো সাহিত্য সভাৰ মুকলি অধিৱেশন উন্মোচন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ৷ বড়ো সাহিত্য সভা বড়ো জাতিৰ এটা জাতীয় সংগঠন । বড়ো সাহিত্য সভাই বড়ো জাতিক বিগত ৬০ বছৰে নেতৃত্ব দি আহিছে । বড়ো সাহিত্য সভা বড়োসকলৰ অভিভাৱক স্বৰূপ । বড়ো সাহিত্য সভাৰ যি ভূমিকা, সেয়া জাতিটোৰ বাবে সদায় স্মৰণীয় ।

60th  bodo sahittya sabha inaguration
তামুলপুৰত ৬০ সংখ্যক বড়ো সাহিত্য সভা মুকলি উন্মোচন
author img

By

Published : Apr 11, 2021, 10:43 PM IST

বাক্সা,১১ এপ্ৰিল: বাক্সাৰ তামুলপুৰত ৬০ সংখ্যক বড়ো সাহিত্য সভাৰ মুকলি অধিৱেশন উন্মোচন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ৷ বড়ো সাহিত্য সভা বড়ো জাতিৰ এটা জাতীয় সংগঠন । বড়ো সাহিত্য সভাই বড়ো জাতিক বিগত ৬০ বছৰে নেতৃত্ব দি আহিছে । বড়ো সাহিত্য সভা বড়োসকলৰ অভিভাৱক স্বৰূপ । বড়ো সাহিত্য সভাৰ যি ভূমিকা, সেয়া জাতিটোৰ বাবে সদায় স্মৰণীয় ।

বড়ো সাহিত্য সভাৰ মুকলি অধিৱেশনত উপস্থিত প্ৰমোদ বড়ো

বড়ো জনগোষ্ঠীক আগুৱাই নিয়াৰ ক্ষেত্ৰত বড়ো সাহিত্য সভা আৰু আগুৱাই যাওঁক বুলি মন্তব্য কৰে বিটিআৰ প্ৰধান গৰাকীয়ে । কাৰাবন্দী এনডিএফবিৰ নেতা ৰঞ্জন দৈমাৰীসহ অন্য নেতাসকলৰ মুক্তিৰ সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে, বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰী হিচাপে ৰঞ্জন দৈমাৰীক মুকলি কৰি দিয়াৰ লগতে অন্যান্যসকলক সাধাৰণ ক্ষমাদান কৰিব লাগে ।

হৰ্ছ ট্রেডিং সন্দৰ্ভত মন্তব্য কৰি কয় যে, ৰাজ্যত এইবাৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত । গতিকে কোনেও হৰ্ছ ট্রেডিঙৰ ভয় কৰি ডুবাইলৈ যোৱাৰ দৰকাৰ নাই । ৰাইজৰ মাজত থাকি ৰাজনীতি কৰাৰ আহ্বান প্ৰমোদ বড়োৰ ।

লগতে পঢ়ক : বৰপেটাত কাৰাটে প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.