ETV Bharat / state

বাক্সাত শিক্ষকৰ প্ৰহাৰত আহত ছাত্র - 3 Students Attack baksha news

শিক্ষকজনে ভৱিষ্যতে ছাত্ৰ- ছাত্ৰীক প্ৰহাৰ নকৰো বুলিও ৰাইজক প্ৰতিশ্ৰুতি দিছিল। ৰাইজৰ আগত দিয়া এই প্ৰতিশ্ৰুতি পাহৰি আকৌ ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰি আহত কৰা ঘটনাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

বাক্সাত শিক্ষকৰ প্ৰহাৰত আহত কেইবাজনো ছাত্র
author img

By

Published : Oct 16, 2019, 3:22 PM IST

বাক্সা, ১৬ অক্টোবৰঃ শিক্ষকৰ প্ৰহাৰত আহত ছাত্ৰ। ঘটনাৰ স্থান বাক্সাৰ উত্তৰ সুৱণখাটা প্ৰাথমিক বিদ্যালয় ৷ প্ৰধান শিক্ষকৰ প্ৰহাৰত আহত হ'ল কেবাজনো ছাত্ৰ।
বাক্সা জিলাৰ মুছলপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত উত্তৰ সুৱণখাটা প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষক চমেশ্বৰ দৈমাৰীয়ে কেইবাজনো ছাত্ৰক বেতেৰে কোবাই আঘাত কৰে । উক্ত ঘটনাক কেন্দ্ৰ কৰি অভিভাৱক সকল ক্ষুব্ধ হৈ পৰিছে প্ৰধান শিক্ষক জনৰ বিৰুদ্ধে। অভিভাৱক সকলে জানিবলৈ দিয়া মতে, মদ-ভাং খাই আহি ছাত্ৰ ছাত্ৰী সকলক প্ৰহাৰ কৰে শিক্ষকগৰাকীয়ে ।

বাক্সাত শিক্ষকৰ প্ৰহাৰত আহত কেইবাজনো ছাত্র

উল্লেখ্য যে, প্ৰধান শিক্ষকজনে পূৰ্বে কেইবাবাৰো ছাত্ৰ- ছাত্ৰীক প্ৰহাৰ কৰি ৰাইজমেলৰ সন্মূখীন হ'বলগীয়া হৈছিল। তাৰোপৰি কেইবাবাৰো আহত ছাত্ৰৰ চিকিৎসা খৰচ পৰ্যন্ত ভৰিবলগীয়া হৈছিল । শিক্ষকজনে ভৱিষ্যতে ছাত্ৰ- ছাত্ৰীক প্ৰহাৰ নকৰো বুলিও ৰাইজক প্ৰতিশ্ৰুতি দিছিল। ৰাইজৰ আগত দিয়া এই প্ৰতিশ্ৰুতি পাহৰি আকৌ ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰি আহত কৰা ঘটনাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

Intro:বাক্সাত ছাত্ৰছাত্ৰীৰ ওপৰত শিক্ষকৰ সন্ত্ৰাসঃBody:বাক্সাৰ উত্তৰ সুৱণখাটা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ সন্ত্রাস।
শিক্ষকজনৰ প্ৰহাৰত আহত কেইবাজনো ছাত্র।
বাক্সা, ১৬ অক্টোবৰঃ
শিক্ষক নহয় যেন দানৱ হে।এই দানৱৰূপী শিক্ষকৰ প্ৰহাৰত আহত হবলগীয়া কেইবাজনো ছাত্ৰ।
হয় আমি কব ওলাইছো এইখন অসমৰে দানৱৰূপী শিক্ষকৰ কথা। বাক্সা জিলাৰ মুছলপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত উত্তৰ সুৱণখাটা প্ৰাথমিক বিদ্যালয়ত, বিদ্যালয়খনৰ প্ৰধান শিক্ষক চমেশ্বৰ দৈমাৰীয়ে ছাত্ৰক বেতেৰে কোবাই আঘাত কৰা ঘটনায় অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।অভিভাবক সকলে জানিবলৈ দিয়া মতে ভাং মদ খাই আহি ছাত্ৰ ছাত্ৰীক এইদৰে কোৱাই ১১:৩০ বজাতে বিদ্যালয় চুটি দি গুছি গৈছে।
উল্লেখ্য যে এইজন শিক্ষকে পূৰ্বে কেইবাবাৰো ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰি বিচাৰৰ (ৰাইজমেল) সন্মূখীন হবলগীয়া হৈছিল।এই বিচাৰত আহত ছাত্ৰৰ চিকিৎসা খৰচ পৰ্যন্ত ভৰিবলগীয়া হৈছিল আৰু তেওঁ এনেকুৱাকৈ ছাত্ৰ ছাত্ৰীক প্ৰহাৰ নকৰাৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল। ৰাইজৰ আগত দিয়া এই প্ৰতিশ্ৰুতি পাহৰি আকৌ ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰি আহত কৰা ঘটনায় অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।
বাইটঃ ৰাইজৰ
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:বাক্সাত ছাত্ৰছাত্ৰীৰ ওপৰত শিক্ষকৰ সন্ত্ৰাসঃ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.