ETV Bharat / state

বাক্সাত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ

baksa
author img

By

Published : Feb 24, 2019, 4:27 AM IST

বাক্সা, ২৩ ফেব্ৰুৱাৰীঃ বাক্সাৰ বাঁহবাৰীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। বিজেপি চৰকাৰে আদিবাসীসকলক জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰতাৰণা কৰাৰ প্ৰতিবাদতে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু জুৱেল ওৰামৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে।

baksa
লগতে বিজেপি চৰকাৰ গ' বেক, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, জুৱেল ওৰাম মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, আদি শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰে।

উল্লেখ্য যে, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে একমাত্ৰ বিপিএফ দলক সন্তুষ্ট কৰিবৰ বাবে ৰাজ্যসভাত জনজাতিকৰণৰ বিধেয়ক উত্থাপন নকৰি আদিবাসী জনগোষ্ঠীক প্ৰতাৰণা কৰা বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে।

Intro:বাক্সাৰ বাঁহবাৰীত পুনৰ আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসুচী
প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু জুৱেল ওৰামৰ প্ৰতিমুৰ্তি দাহBody: বিজেপি চৰকাৰে আদিবাসীসকলক জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰতাৰণা কৰাৰ প্ৰতিবাদত আজি বাক্সাৰ বাঁহবাৰীত পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বাঁহবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত ৰূপায়িত হোৱা পুত্তলিকা দাহ কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম,অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পুত্তলিকা দাহ কৰি পৰিৱেশ উত্তাল কৰি তোলে ।
Conclusion:পুত্তলিকা দাহ কৰি প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ গো বেক, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, জুৱেল ওৰাম মুৰ্দাবাদ, সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰে । উল্লেখ্য যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে একমাত্ৰ বিপিএফ দলক সন্তুষ্ট কৰিবৰ বাবে ৰাজ্যসভাত জনজাতিকৰণৰ বিধেয়ক উত্থাপন নকৰি আদিবাসী জনগোষ্ঠীটোক প্ৰতাৰণা কৰিলে ৷ যাৰবাবে আজি জিলাখনৰ বাঁহবাৰীত পুত্তলিকা দাহ কাৰ্যসুচীৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.