সুন্দৰ সেউজীয়া প্ৰকৃতিক পৰিৱেশৰ লগতে বাগিচাখনৰ আছে এক সুকীয়া পৰিচয় । হয় ।
প্ৰথমখন CASHLESS ঘোষিত চাহ বাগিচা দেশৰ ভিতৰতে প্ৰথমখন কেচলেচ চাহ বাগিছা হিচাপে ঘোষণা কৰা হৈছিল মেনকা চাহ বাগিচাক ।কিন্তু সেয়া কেৱল ঘোষণাহে আছিল । সমগ্ৰ দেশতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 4 নৱেম্বৰ 2016 তাৰিখৰ পৰা বন্ধ কৰিছিল 1000 আৰু 500টকীয়া নোটৰ প্ৰচলন । কোৱা হৈছিল ডিজিটেল ইণ্ডিয়া আৰু কেচলেচ TRANSCTIONৰ কথা । প্ৰধানমন্ত্ৰী গৰাকীৰ সেই ঘোষণাৰ পাছতেই 24 নৱেম্বৰ 2016 তাৰিখে দেশৰ ভিতৰতে প্ৰথমখন কেচলেচ চাহ বাগিচা হিচপে ঘোষণা কৰা হৈছিল মেনকা চাহ বাগিচক ।