ETV Bharat / state

বাক্সাৰ বকুৱাত গঁড়ৰ মুক্ত বিচৰণ - গড়

ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত

বাক্সাৰ বকুৱাত গড়ৰৰ মুক্ত বিচৰন
author img

By

Published : Mar 3, 2019, 3:08 PM IST

বাক্সা জিলাৰ মুছলপুৰৰ নিকটৱৰ্তী বকুৱাত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা গঁড়ে প্ৰৱেশ কৰাৰ লগে লগে আতংকৰ সৃষ্টি হয় অঞ্চলটোত । জনাঞ্চলত পুৱা গঁড়টো দেখি স্থানীয় ৰাইজে গঁড়টো নিৰাপদ স্থানলৈ খেদিবৰ বাবে বন বিভাগক খবৰ দিয়ে ৷

বাক্সাৰ বকুৱাত গড়ৰৰ মুক্ত বিচৰন
ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ গঁড়টো মানাহলৈ খেদি পঠোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷

Intro:Body:

Baksa Breaking news 

# বাক্সাৰ বকুৱাত গড়ৰৰ মুক্ত বিচৰন # মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গড়ৰ আতংকত গঞা # ঘটনাস্থলিত বন বিভাগৰ লোক উপস্থিত # 

- বাক্সা জিলাৰ মুছলপুৰৰ নিকতৱৰ্তী বকুৱাত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটি গড়ে মুক্ত বিচৰন কৰে জনাঞ্চলত ৷ পুৱা গড়টো দেখি ৰাইজে বন বিভাগক খৱৰ দিয়ে ৷ ঘটনাস্থলিত বন বিভাগৰ লোক উপস্থিত হৈ গড়টোক মানাহলৈ খেদি পঠোৱাৰ বাবে চেষ্টা কৰি থকাৰ কথা প্ৰকাশ কৰে স্থানীয় লোকে ৷

বাইট --

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.