ETV Bharat / sports

ইউ এছ অ'পেনৰ ফাইনেলত ছেৰেনা উইলিয়ামছ বনাম বিয়াংকা এন্দ্ৰিছকো

আমেৰিকান টেনিছ তাৰকা ছেৰেনা উইলিয়ামছ আৰু কানাডাৰ বিয়াংকা এন্দ্ৰিছকো প্ৰৱেশ কৰিছে ইউএছ অ'পেনৰ ফাইনেলত ৷ ছেমি ফাইনেলৰ যুঁজত ছেৰেনাই বিশ্ব ৰেংকিঙৰ পঞ্চম স্থানৰ এলিনা স্বিটলিনাক 6-3, 6-1 ছেটত পৰাস্ত কৰে ৷ আনহাতে, বিয়াংকাই বেলিণ্ডা বেনচিকক 7-6, 7-5 ছেটত পৰাস্ত কৰে ৷

ইউএছ অ'পেনৰ ফাইনেলত ছেৰেনা উইলিয়ামছ বনাম বিয়াংকা এন্দ্ৰিছকো
author img

By

Published : Sep 6, 2019, 2:09 PM IST

স্পৰ্টছ ডেস্ক, 6 ছেপ্তেম্বৰ : আমেৰিকান টেনিছ তাৰকা ছেৰেনা উইলিয়ামছ আৰু কানাডাৰ বিয়াংকা এন্দ্ৰিছকো প্ৰৱেশ কৰিছে ইউএছ অ'পেনৰ ফাইনেলত ৷ ছেমি ফাইনেলৰ যুঁজত ছেৰেনাই বিশ্ব ৰেংকিঙৰ পঞ্চম স্থানৰ এলিনা স্বিটলিনাক 6-3, 6-1 ছেটত পৰাস্ত কৰে ৷ আনহাতে, বিয়াংকাই বেলিণ্ডা বেনচিকক 7-6, 7-5 ছেটত পৰাস্ত কৰে ৷

ইউএছ অ'পেনৰ ফাইনেল
বিয়াংকা এন্দ্ৰিছকো

23 বাৰৰ গ্ৰেণ্ডশ্লাম জয়ী ছেৰেনাৰ বিপৰীতে বিয়াংকাই ছেপ্তেম্বৰৰ 8 তাৰিখে ফাইনেলৰ যুঁজত নামিব ৷

উল্লেখ্য যে, 19 বৰ্ষীয় বিয়াংকা হৈছে কানাডাৰ দ্বিতীয় গৰাকী মহিলা গ্ৰেণ্ডশ্লাম ফাইনেলিষ্ট ৷ ইয়াৰ পূৰ্বে ইউজিন বউচাৰ্ডে কানাডাৰ পৰা গ্লেণ্ডশ্লামৰ ফাইনেলত প্ৰৱেশ কৰিছিল ৷ ইয়াৰোপৰি, ছেমি ফাইনেলত জয়েৰে ছেৰেনাই আমেৰিকাৰ ক্ৰিছ এভাৰ্টৰ সৈতে যুটীয়া ভাৱে ইউএছ অ'পেনত সৰ্বাধিক জয় লাভ কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে ৷

ইউএছ অ'পেনৰ ফাইনেল
ছেৰেনা উইলিয়ামছ

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.