ETV Bharat / sports

প্ৰজনেশ গুনেশ্বৰণ কেৰিয়াৰৰ সৰ্বোচ্চ ৰেংকিঙত উপনীত

author img

By

Published : Feb 26, 2019, 2:50 PM IST

৩টা স্থান জপিয়াই ৯৪তম স্থান দখল খেলুৱৈগৰাকীৰ

PRAJNESH GUNNESWARAN

নিউজ ডেস্ক, ২৬ ফেব্ৰ্ুৱাৰীঃভাৰতৰ টেনিছ খেলুৱৈ প্ৰজনেশ গুনেশ্বৰণ কেৰিয়াৰৰ সৰ্বোচ্চ ৰেংকিঙত উপনীত হৈছে । সোমবাৰে খেলুৱৈগৰাকীয়ে পূৰ্বৰ ৩টা স্থান জপিয়াই ৯৪তম স্থান দখল কৰিছে । তেওঁৰ উপৰিও ৰামকুমাৰ ৰামনাথনে ৯ টা স্থান তললৈ নামি ১৩৭তম ,ইউকি ভামব্ৰী ১৭১তম, চাকেত ময়নেনী ২৫০তম আৰু কুমাৰ মুকুন্দ ২৬৯ তম স্থানত উপনীত হৈছে ।

মহিলাৰ ৰেংকিঙতো অংকিতা ৰাইনাই ভাৰতীয় সকলৰ ভিতৰত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয় । তেওঁ ১৬৪ তম স্থানত থকাৰ পৰিৱৰ্তে কৰমন থাণ্ডী(২০৭) আৰু পি. যাদলাপল্লীয়ে (২৯৩) তম স্থান দখল কৰিবলৈ সক্ষম হৈছে ।

RAJNESH GUNNESWARAN REACHES CAREER BEST RANKING

প্ৰজনেশ গুনেশ্বৰণ কেৰিয়াৰৰ সৰ্বোচ্চ ৰেংকিঙত উপনীত

নিউজ ডেস্ক, ২৬ ফেব্ৰ্ুৱাৰী: ভাৰতৰ টেনিছ খেলুৱৈ প্ৰজনেশ গুনেশ্বৰণ কেৰিয়াৰৰ সৰ্বোচ্চ ৰেংকিঙত উপনীত হৈছে । সোমবাৰে খেলুৱৈগৰাকীয়ে পূৰ্বৰ ৩ টা স্থান জপিয়াই ৯৪ তম স্থান দখল কৰিছে । তেওঁৰ উপৰিও ৰামকুমাৰ ৰামনাথনে ৯ টা স্থান তললৈ নামি ১৩৭ তম , য়ুকি ভামব্ৰী ১৭১ তম, সাকেত ময়নেনী ২৫০ তম আৰু কুমাৰ মুকুন্দ ২৬৯ তম স্থানত উপনীত হৈছে । 

মহিলাৰ ৰেংকিঙতো অংকিতা ৰাইনাই ভাৰতীয় সকলৰ ভিতৰত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয় । তেওঁ ১৬৪ তম স্থানত থকাৰ পৰিৱৰ্তে কৰমন থাণ্ডী(২০৭) আৰু পি. যাদলাপল্লীয়ে (২৯৩) তম স্থান দখল কৰিবলৈ সক্ষম হৈছে ।  
PHOTO.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.