ETV Bharat / sports

ডব্লিউ টি এ ৰেংকিং:শীৰ্ষ স্থানত অ'ছাকা - ETV BHARAT

ডব্লিউ টি এ ৰেংকিঙৰ শীৰ্ষস্থান পুনৰ লাভ কৰিলে জাপানৰ নাওমি অ'ছাকাই ৷

ডব্লিউ টি এ ৰেংকিং : শীৰ্ষ স্থানত অ'ছাকা
author img

By

Published : Aug 13, 2019, 8:44 PM IST

স্পৰ্টছ ডেস্ক,13আগষ্ট :সোমবাৰে জাপানৰ নাওমি অ'ছাকাই ডব্লিউ টি এ ৰেংকিঙৰ শীৰ্ষস্থান পুনৰ লাভ কৰিবলৈ সক্ষম হয় ৷ এছলে' বাৰ্টিয়ে অ'ছাকাৰ পৰা শীৰ্ষস্থান কাঢ়ি লৈছিল যদিও অ'ছাকাই পুনৰ 6417 পইন্ট সংগ্ৰহেৰে এই স্থান দখল কৰে ৷

অ'ছাকাৰ পাছতে 6256 পইন্টেৰে দ্বিতীয় স্থানত আছে এছলে' বাৰ্টি আৰু 6185 পইন্টেৰে তৃতীয় স্থানত আছে কেৰোলিনা প্লিছক'ভা ৷

OSAKA REGAINS TOP SPOT IN WTA RANKINGS

ডব্লিউ টি এ ৰেংকিং : শীৰ্ষ স্থানত অ'ছাকা

স্পৰ্টছ ডেস্ক, 13আগষ্ট : সোমবাৰে জাপানৰ নাওমি অ'ছাকাই ডব্লিউ টি এ ৰেংকিঙৰ শীৰ্ষস্থান পুনৰ লাভ কৰিবলৈ সক্ষম হয় ৷ এছলে' বাৰ্টিয়ে অ'ছাকাৰ পৰা শীৰ্ষস্থান কাঢ়ি লৈছিল যদিও অ'ছাকাই পুনৰ 6417 পইন্ট সংগ্ৰহেৰে এই স্থান দখল কৰে ৷

অ'ছাকাৰ পাছতে 6256 পইন্টেৰে দ্বিতীয় স্থানত আছে এছলে' বাৰ্টি আৰু 6185 পইন্টেৰে তৃতীয় স্থানত আছে কেৰোলিনা প্লিছক'ভা ৷ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.