ETV Bharat / sports

পাক ভ্ৰমণত ভাৰতৰ ডেভিচ কাপ দল!

পুলৱামা কাণ্ডৰ পাছত প্ৰথমবাৰৰ বাবে পাকিস্তান ভ্ৰমণত ভাৰতীয় দল

ETV BHARAT
author img

By

Published : Feb 23, 2019, 10:02 AM IST

নিউজ ডেস্ক, ২৩ ফেব্ৰ্ুৱাৰী: "ডেভিচ কাপৰ বাবে নিসন্দেহে পাকিস্তান ভ্ৰমণত ভাৰতীয় দল" এই ঘোষণা অখিল ভাৰতীয় টেনিছ সংঘ চমুকৈ এ আই টি এৰ । তাৰোপৰি ষ্ঠানৰ সালসলনিৰ বাবেও বৰ্তমানলৈকে অনুৰোধ জনোৱা নাই বুলি জনায় এ আই টি এৰ মহাসচিব হিৰণ্ময় চেটাৰ্জীয়ে । শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ বাবে ছেপ্তেম্বৰত আৰম্ভ হ'ব লগা খেলখনৰ অনুমান ফেব্ৰ্ুৱাৰীতে কৰিব পৰা নাযাব বুলিও জনাই চেটাৰ্জীয়ে ।

ETV BHARAT
DAVIS CUP

উল্লেখ্য যে, ১৪ ফেব্ৰ্ুৱাৰীত সংঘটিত হোৱা পুলৱামা কাণ্ডৰ পাছত ভাৰতে পাকিস্তানৰ ভূমিত খেলিবলৈ অস্বীকাৰ কৰিব বুলি সকলোৱে অনুমান কৰিছিল ।

INDIA WILL TRAVEL TO PKISTAN FOR DAVIS CUP: AITA

PHOTO.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.