ETV Bharat / sports

আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছনলৈ হিৰণ্ময় চেটাৰ্জীৰ পত্ৰ প্ৰেৰণ

আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছন (ITF) লৈ পত্ৰ প্ৰেৰণ কৰিছে সৰ্বভাৰতীয় টেনিছ সংস্থা (AITA) য়ে ৷ ভাৰতীয় দলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই পত্ৰ প্ৰেৰণ কৰা হয় ৷

হিৰণ্ময় চেতাৰ্জী
author img

By

Published : Aug 12, 2019, 7:49 PM IST

স্পৰ্টছ ডেস্ক, 12 আগষ্ট : সৰ্বভাৰতীয় টেনিছ সংস্থা (AITA) ৰ সাধাৰণ সচিব হিৰণ্ময় চেটাৰ্জীয়ে সোমবাৰে আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছন (ITF) লৈ এখন পত্ৰ প্ৰেৰণ কৰিছে ৷ ডেভিছ কাপৰ বাবে পাকিস্তান ভ্ৰমণ কৰিবলগা ভাৰতীয় দলৰ খেলুৱৈ সকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই পত্ৰ প্ৰেৰণ কৰা হয় ৷

উল্লেখ্য যে, 55 বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলে ডেভিছ কাপত অংশগ্ৰহণৰ বাবে ইছলামাবাদ ভ্ৰমণ কৰাৰ কথা আছিল ৷ ছেপ্তেম্বৰৰ 14 আৰু 15 তাৰিখে এই প্ৰতিযোগিতাৰ দিন ধাৰ্য কৰা হৈছিল ৷

কিন্তু, শেহতীয়াকৈ জম্মু-কাশ্মীৰত অনুচ্ছেদ 370 বাতিলকৰণৰ পাছতে পাকিস্তানে ভাৰতৰ সৈতে সকলো ধৰণৰ সম্পৰ্ক ছেদ কৰিছিল ৷

HIRANMOY CHATTERJEE WRITES TO ITF OVER PLAYER'S SAFETY IN PAK

আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছনলৈ হিৰণ্ময় চেতাৰ্জীৰ পত্ৰ প্ৰেৰণ

স্পৰ্টছ ডেস্ক, 12 আগষ্ট : সৰ্বভাৰতীয় টেনিছ সংস্থা (AITA) ৰ সাধাৰণ সচিব হিৰণ্ময় চেতাৰ্জীয়ে সোমবাৰে আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছন (ITF) লৈ এখন পত্ৰ প্ৰেৰণ কৰিছে ৷ ডেভিছ কাপৰ বাবে পাকিস্তান ভ্ৰমণ কৰিবলগা ভাৰতীয় দলৰ খেলুৱৈ সকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই পত্ৰ প্ৰেৰণ কৰা হয় ৷

উল্লেখ্য যে, 55 বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলে ডেভিছ কাপত অংশগ্ৰহণৰ বাবে ইছলামাবাদ ভ্ৰমণ কৰাৰ কথা আছিল ৷ ছেপ্তেম্বৰৰ 14 আৰু 15 তাৰিখে এই প্ৰতিযোগিতাৰ দিন ধাৰ্য কৰা হৈছিল ৷

কিন্তু, শেহতীয়াকৈ জম্মু - কাশ্মীৰত অনুচ্ছেদ 370 বাতিলকৰণৰ পাছতে পাকিস্তানে ভাৰতৰ সৈতে সকলো ধৰণৰ সম্পৰ্ক ছেদ কৰিছিল ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.