নিউজ ডেস্ক, ১৬ মাৰ্চ: ছুইজাৰলেণ্ডৰ ৰ'জাৰ ফেডেৰাৰে এইবাৰ অভিলেখ সংগ্ৰহকাৰী ইণ্ডিয়ান ৱেলছৰ ষষ্ঠতম টেনিছ খিতাপ দখলৰ দিশে আগবাঢ়িছে ৷ এই যুঁজৰ ছেমি ফাইনেলত টেনিছ তাৰকাগৰাকীয়ে স্পেইনৰ ৰাফেল নাডালৰ বিৰুদ্ধে ৩৯তম বাৰৰ বাবে মুখামুখিহ'ব ৷
![ETV BHARAT](https://etvbharatimages.akamaized.net/etvbharat/images/2709681_206_074a876d-cc4f-4901-aea4-a071217e3993.png)
উল্লেখ্য যে, ইণ্ডিয়ান ৱেলছৰ এইখন ছেমি ফাইনেল দেওবাৰে অনুষ্ঠিত হ'ব ।