ETV Bharat / sports

সাংঘাই মাষ্টাৰ্ছ টুৰ্ণামেণ্টৰ খিতাপ জয় ডেনিল মেদৱেদেৱৰ

author img

By

Published : Oct 13, 2019, 8:19 PM IST

আলেকজেণ্ডাৰ ভেৰেভক পৰাস্ত কৰি সাংঘাই মাষ্টাৰ্ছ টুৰ্ণামেণ্টৰ খিতাপ জয় ডেনিল মেদৱেদেৱৰ ৷

সাংঘাই মাষ্টাৰ্ছ টুৰ্ণামেণ্টৰ খিতাপ জয় ডেনিল মেদৱেদেৱৰ

স্পৰ্টছ ডেস্ক, 13 অক্টোবৰঃ চীনত অনুষ্ঠিত হোৱা সাংঘাই মাষ্টাৰ্ছ টুৰ্ণামেণ্টৰ খিতাপ জয় ৰাছিয়াৰ ডেনিল মেদৱেদেৱৰ ৷ দেওবাৰে অনুষ্ঠিত ফাইনেল মেচখনত আলেকজেণ্ডাৰ ভেৰেভক একপক্ষীয় ভাৱে পৰাস্ত কৰিবলৈ সক্ষম হয় ডেনিল মেদৱেদেৱে ৷

সাংঘাই মাষ্টাৰ্ছ টুৰ্ণামেণ্টৰ ফাইনেল মেচ

ধাৰাবাহিক ষষ্ঠবাৰৰ বাবে ফাইনেলত অৱতীৰ্ণ হৈছিল ৰাছিয়াৰ খেলুৱৈগৰাকী ৷ 74 মিনিটলৈ চলা মেচখনত জাৰ্মানীৰ খেলুৱৈগৰাকীক 6-4, 6-1 ছেটত পৰাস্ত কৰি খিতাপ দখল কৰিবলৈ সক্ষম হয় ডেনিল মেদৱেদেৱে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.