স্পৰ্টছ ডেস্ক,17 ডিচেম্বৰ : 2021 বৰ্ষৰ 8 ফেব্ৰুৱাৰীৰ পৰা 21 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব দ্যা অষ্ট্ৰেলিয়ান অ’পেন ৷ দ্যা এচ’ছিয়েশ্যন অৱ টেনিছ প্ৰফেশ্বনেলছ চমুকৈ ATPয়ে এক কেলেণ্ডাৰ মুকলি কৰি এই স্পষ্টীকৰণ দিয়ে ৷
পূৰ্বৰ কাৰ্যক্ৰমণিকা অনুসৰি অষ্ট্ৰেলিয়ান অ’পেন 18 জানুৱাৰীৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল যদিও ক’ভিড-19ৰ ভয়াৱহতাৰ লক্ষ্য ৰাখি খেলৰ তাৰিখ পিছুৱাই দিয়া হয় ৷
-
Mission accomplished 🏆 🙌 🇷🇺 🎉 @DaniilMedwed
— #AusOpen (@AustralianOpen) November 22, 2020 " class="align-text-top noRightClick twitterSection" data="
Congratulations to the #NittoATPFinals champion! pic.twitter.com/K4x3NlDnh2
">Mission accomplished 🏆 🙌 🇷🇺 🎉 @DaniilMedwed
— #AusOpen (@AustralianOpen) November 22, 2020
Congratulations to the #NittoATPFinals champion! pic.twitter.com/K4x3NlDnh2Mission accomplished 🏆 🙌 🇷🇺 🎉 @DaniilMedwed
— #AusOpen (@AustralianOpen) November 22, 2020
Congratulations to the #NittoATPFinals champion! pic.twitter.com/K4x3NlDnh2
আগন্তুক বৰ্ষৰ 10-13 জানুৱাৰীলৈকে দোহাত অষ্ট্ৰেলিয়ান অ’পেনত যোগ্যতা অৰ্জন কৰা পুৰুষ শাখাৰ মেচসমূহ অনুষ্ঠিত হ’ব ৷ 14 দিনৰ বাবে মেলবৰ্ণত কোৱাৰেণ্টাইন হোৱাৰ পূৰ্বে এই মেচ অনুষ্ঠিত হ’ব বুলি ATPৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ৷
-
The ATP has today announced an update to the 2021 ATP Tour calendar, outlining a revised schedule for the first seven weeks of the season.
— ATP Tour (@atptour) December 17, 2020 " class="align-text-top noRightClick twitterSection" data="
">The ATP has today announced an update to the 2021 ATP Tour calendar, outlining a revised schedule for the first seven weeks of the season.
— ATP Tour (@atptour) December 17, 2020The ATP has today announced an update to the 2021 ATP Tour calendar, outlining a revised schedule for the first seven weeks of the season.
— ATP Tour (@atptour) December 17, 2020
আনহাতে, অষ্ট্ৰেলিয়ান অ’পেন আৰম্ভ হোৱাৰ পূৰ্বে 1-5 ফেব্ৰুৱাৰীৰ ভিতৰত মেলবৰ্ণত অষ্ট্ৰেলিয়ান অ’পেনৰ পুৰুষ দলৰ টুৰ্ণামেণ্ট অনুষ্ঠিত হ’ব ৷ 2021 বৰ্ষৰ বাবে পুনঃসংৰূপিত এই কেলেণ্ডাৰখনত টেনিছৰ বাবে এক বিশাল সহযোগিতামূলক প্ৰচেষ্টা কৰা হৈছে । ATPৰ অধ্যক্ষ Andrea Gaudenziয়ে এই কথা উল্লেখ কৰে ৷
-
AO champions celebrating in our backyard 🏆 #LetsMelbourneAgain 🎾 #AusOpen pic.twitter.com/jnM0oyPFKD
— #AusOpen (@AustralianOpen) November 12, 2020 " class="align-text-top noRightClick twitterSection" data="
">AO champions celebrating in our backyard 🏆 #LetsMelbourneAgain 🎾 #AusOpen pic.twitter.com/jnM0oyPFKD
— #AusOpen (@AustralianOpen) November 12, 2020AO champions celebrating in our backyard 🏆 #LetsMelbourneAgain 🎾 #AusOpen pic.twitter.com/jnM0oyPFKD
— #AusOpen (@AustralianOpen) November 12, 2020
লগতে তেওঁ কয় যে, আগলৈ মুখামুখি হোৱা প্ৰত্যাহ্বানবোৰৰ সৈতে স্বাস্থ্য আৰু সুৰক্ষা বিভাগ সদায় তেওঁলোকৰ সৈতে থাকিব ৷
লগতে পঢ়ক : আইএচএলৰ আজিৰ খেল উৰিষ্যা এফচি বনাম বাংগালুৰ এফচি