ETV Bharat / sports

ৰোম ৰেংকিঙ ছিৰজত স্বৰ্ণ অৰ্জন বিনেশ ফোগাটৰ

53 কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন ভাৰতীয় মল্লযুঁজাৰু বিনেশৰ ৷ ইকোৱেডৰৰ খেলুৱৈক পৰাস্ত কৰি ৰোম ৰেংকিঙ ছিৰজত এই সফলতা ভাৰতীয় খেলুৱৈগৰাকীৰ ৷

author img

By

Published : Jan 18, 2020, 2:45 PM IST

ৰোম ৰেংকিঙ ছিৰজত স্বৰ্ণ অৰ্জন বিনেশ ফোগাটৰ
ৰোম ৰেংকিঙ ছিৰজত স্বৰ্ণ অৰ্জন বিনেশ ফোগাটৰ

স্পৰ্টছ ডেস্ক, 18 জানুৱাৰীঃ ৰোম ৰেংকিঙ ছিৰজৰ মল্লযুঁজ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফোগাটৰ ৷ ইকোৱেডৰৰ লুইচা এলিজাৱেথ ৱালৱৰ্ডে ৱেলভেৰডেক (Luisa Elizabeth Valverde) পৰাস্ত কৰি এই পদক অৰ্জন কৰিবলৈ সময় হয় বিনেশ ফোগাটে ৷ ফাইনেল মেচখনত 4-0 ব্যৱধানত জয় লাভ কৰে ভাৰতীয় খেলুৱৈগৰাকীয়ে ৷ ইয়াৰ লগে লগে 2020 বৰ্ষৰ প্ৰথমটো স্বৰ্ণ পদক হৈছে বিনেশৰ ৷

অংশু মালিক
অংশু মালিক

ছেমিফাইনেলত চীনৰ প্ৰতিদ্বন্দিক 4-2 ব্যৱধানত পৰাস্ত কৰি ফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল বিনেশে ৷ অন্যহাতে 57 কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰে অংশু মালিকে ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.