ETV Bharat / sports

অনুচ্ছেদ 370 বাতিলকৰণক সমৰ্থন জনালে ক্ৰীড়া পৰিয়ালে - ৰাজ্যসভাত উত্থাপন

অনুচ্ছেদ 370 বাতিলকৰণৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক সমৰ্থন জনালে ক্ৰীড়া পৰিয়ালে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে অনুচ্ছেদ 370 বাতিলকৰণৰ প্ৰস্তাৱ ৰাজ্যসভাত উত্থাপন কৰে ৷

অমিত শ্বাহ
author img

By

Published : Aug 5, 2019, 7:56 PM IST

স্পৰ্টছ ডেস্ক,5 আগষ্ট : সংবিধানৰ পৰা অনুচ্ছেদ 370 বাতিলকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তৰ সমৰ্থন জনালে ক্ৰীড়া পৰিয়ালে ৷ এই অনুচ্ছেদ অনুসৰি,জম্মু-কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে ৰাজ্যখনৰ বাসিন্দা সকলৰ বাহিৰে দেশৰ অন্য লোকে সেই অঞ্চলত মাটি কিনিব নোৱাৰিব ৷ উল্লেখ্য যে,কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে অনুচ্ছেদ 370 বাতিলকৰণৰ প্ৰস্তাৱ ৰাজ্যসভাত উত্থাপন কৰে ৷

  • जो कोई ना कर सका वो हमने कर दिखाया है।
    कश्मीर में भी अपना तिरंगा लहराया हैं 🇮🇳🇮🇳
    जय हिंद ! Congratulations India ! कश्मीर मुबारक!@narendramodi @AmitShah

    — Gautam Gambhir (@GautamGambhir) August 5, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা বৰ্তমানৰ পূৱ দিল্লীৰ বিজেপি সাংসদ গৌতম গম্ভীৰে টুইটাৰৰ জৰিয়তে অনুচ্ছেদ 370 বাতিলকৰণৰ বাবে দেশবাসীক অভিনন্দন জ্ঞাপন কৰে ৷ টুইটত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ লিখে যে,কোনেও কৰিব নোৱাৰা কাম বিজেপিয়ে কৰি দেখুৱালে আৰু দেশৰ তিৰংগা পতাকা কাশ্মীৰত উৰুৱাবলৈ সক্ষম হ'ল ৷

  • Landmark move - scrapping of #Article370! Looking forward to smoother, and more inclusive times. #JaiHind🇮🇳

    — Suresh Raina🇮🇳 (@ImRaina) August 5, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

বেটছমেন সুৰেশ ৰাইনাইও এই সিদ্ধান্তক সমৰ্থন জনাই এইয়া এক যুগান্তকাৰী পদক্ষেপ বুলি মন্তব্য কৰে ৷ মল্লযুঁজাৰু সাক্ষী মালিকে টুইটাৰৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে,অনুচ্ছেদ 370 বাতিলকৰণ দেশৰ বাবে গৌৰৱৰ মুহূৰ্ত ৷ ইয়াৰ বাবে দেশ আৰু দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে মালিকে ৷

  • #Article370 की समाप्ति देश के लिए गौरव और उल्लास का अप्रतिम क्षण है। गर्व के इस अनूठे पल की देश और देशवासियों को बधाई। #ProudIndian 🇮🇳💪🏻

    — Sakshi Malik (@SakshiMalik) August 5, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ কাইফে মন্তব্য কৰে যে, কাশ্মীৰত শান্তি আৰু প্ৰেম বৰ্তী থাকক ৷

  • Here’s to more inclusiveness. May there be peace and love. #Article370

    — Mohammad Kaif (@MohammadKaif) August 5, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

SPORTS FRATERNITY WELCOMES SCRAPPING OF ARTICLE 370

অনুচ্ছেদ 370 বাতিলকৰণক সমৰ্থন জনালে ক্ৰীড়া পৰিয়ালে

স্পৰ্টছ ডেস্ক, 5 আগষ্ট : সংবিধানৰ পৰা অনুচ্ছেদ 370 বাতিলকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তৰ সমৰ্থন জনালে ক্ৰীড়া পৰিয়ালে ৷ এই অনুচ্ছেদ অনুসৰি, জম্মু - কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে ৰাজ্যখনৰ বাসিন্দা সকলৰ বাহিৰে দেশৰ অন্য লোকে সেই অঞ্চলত মাটি কিনিব নোৱাৰিব ৷ উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে অনুচ্ছেদ 370 বাতিলকৰণৰ প্ৰস্তাৱ ৰাজ্যসভাত উত্থাপন কৰে ৷

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা বৰ্তমানৰ পূৱ দিল্লীৰ বিজেপি সাংসদ গৌতম গম্ভীৰে টুইটাৰৰ জৰিয়তে অনুচ্ছেদ 370 বাতিলকৰণৰ বাবে দেশবাসীক অভিনন্দন জ্ঞাপন কৰে ৷ টুইটত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ লিখে যে, কোনেও কৰিব নোৱাৰা কাম বিজেপিয়ে কৰি দেখালে আৰু দেশৰ তিৰংগা পতাকা কাশ্মীৰত উৰুৱাবলৈ সক্ষম হ'ল ৷

বেটছমেন সুৰেশ ৰাইনাইও এই সিদ্ধান্তক সমৰ্থন জনাই এইয়া এক যুগান্তকাৰী পদক্ষেপ বুলি মন্তব্য কৰে ৷

মল্লযুঁজাৰু সাক্ষী মালিকে টুইটাৰৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, অনুচ্ছেদ 370 বাতিলকৰণ দেশৰ বাবে গৌৰৱৰ মুহূৰ্ত ৷ ইয়াৰ বাবে দেশ আৰু দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে মালিকে ৷

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ কাইফে মন্তব্য কৰে যে, কাশ্মীৰত শান্তি আৰু প্ৰেম বৰ্তী থাকক ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.