স্পৰ্টছ ডেস্ক, 31 মে’ : এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ চূড়ান্ত মেচত সোমবাৰে 68 কেজিত পৰাজয়বৰণ কৰি ৰূপৰ পদক লাভ কৰে বক্সাৰ শিৱ থাপাই ৷ থাপাই 2-3 গ’লৰ ব্যৱধানত মংগোলিয়াৰ বাতাৰচুখ চিঞ্জোৰিগৰ হাতত পৰাজিত হয় ৷
আনহাতে একে গ’লৰ ব্যৱধানত 52 কেজিত ডিফেণ্ডিং চেম্পিয়ন অমিত পাংঘালে উজবেকিস্তানৰ নেমেচিছ শ্বাখোবিদিন জৈৰভৰ হাতত পৰাজিত হয় ৷
লগতে পঢ়ক : মিজোৰামত এএছএফৰ সংহাৰ: মৃত্যু 4832 টা গাহৰিৰ