ETV Bharat / sports

অন্ধ্ৰপ্ৰদেশত নাভূত-নাশ্ৰুত কাণ্ডঃ ছানিয়া মিৰ্জাক সজালে পি.টি উষা !

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত অঘটন ৷ ছানিয়া মিৰ্জাক সজালে পি.টি উষা ৷ অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ নাভূত-নাশ্ৰুত কাণ্ড ৷ ছ’চিয়েল মিডিয়াত ভাইৰেল সমগ্ৰ দৃশ্য ৷

author img

By

Published : Aug 29, 2019, 6:28 PM IST

পি.টি উষাৰ সলনি ছানিয়া মিৰ্জাৰ ছবি !

স্পৰ্টছ ডেস্ক, 29 আগষ্টঃ আজি দেশজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ৷ হকীৰ কিংবদন্তী ধ্যানচান্দৰ জন্মদিন উপলক্ষে পালন কৰা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ নাভূত-নাশ্ৰুত কাণ্ড ৷ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে আয়োজন কৰা অনুষ্ঠানৰ ফ্লেক্ছ তথা বেনাৰত ছানিয়া মিৰ্জাক সজালে পি.টি উষা নামে ৷ ইয়াৰ পাচতেই ছ’চিয়েল মিডিয়াত ভাইৰেল সমগ্ৰ ঘটনা ৷

পি.টি উষাৰ সলনি ছানিয়া মিৰ্জাৰ ছবি

উল্লেখ্য যে, এই বেনাৰতে প্ৰকাশ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাইএছ জাগন মোহন ৰেড্ডীৰ লগতে ৰাজ্যৰ ক্ৰীড়ামন্ত্ৰী অভান্থি শ্ৰীনিৱাছৰ ফটো ৷ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে অন্ধ্ৰপ্ৰদেশ চৰকাৰে অনুষ্ঠিত কৰিছিল এই অনুষ্ঠান ৷ এই অনুষ্ঠানতেই 2014 চনৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত পদক লাভ কৰা খেলুৱৈসকলক নগদ ধনৰাশি প্ৰদান কৰা হয় ৷

Intro:AP_NLR_01_29_FITT_INDIA_RALLY_COLLCTOR_RAJA_AVB_AP10134
anc
నెల్లూరు నగరంలో నిర్వహించిన ఫిట్ ఇండియా ర్యాలీని జిల్లా కలెక్టర్ శేషగిరిరావు ప్రారంభించారు. ఈ ర్యాలీ వి ఆర్ సి గ్రౌండ్ నుండి ఏసి సుబ్బారెడ్డి స్టేడియం వరకు భారీ ర్యాలీ నిర్వహించారు. ర్యాలీలో పెద్ద ఎత్తున విద్యార్థులు ఉపాధ్యాయులు పాల్గొన్నారు. మానసిక ఆరోగ్యం కోసం ప్రభుత్వం పాట పడుతుందని కలెక్టర్ తెలిపారు. విద్యార్థులకు జిల్లాలో వారం రోజుల పాటు క్రీడలపై ఆసక్తి చూపే నందుకు వివిధ కార్యక్రమాలు చేపడుతున్నట్లు కలెక్టర్ తెలిపారు. ఇలాంటి క్రీడలు ఆరోగ్యానికి చాలా మంచిది అని కలెక్టర్ తెలియజేశారు.
బైట్ , శేషగిరిరావు, కలెక్టర్ నెల్లూరు జిల్లా

Body: ర్యాలీ

Conclusion:బి రాజా నెల్లూరు 9394450293
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.