ETV Bharat / sports

মৰিগাঁৱত জিলা ভিত্তিত ভাৰোত্তোলন প্ৰতিযোগিতা

author img

By

Published : Aug 25, 2019, 5:45 PM IST

Updated : Aug 25, 2019, 6:00 PM IST

মৰিগাঁৱত জিলা ভিত্তিত পুৰুষ-মহিলাৰ ভাৰোত্তোলন প্ৰতিযোগিতা । মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে উদ্বোধন কৰা এই প্ৰতিযোগিতাত ৰাজ্যৰ 25খন জিলাৰ 200 জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷

মৰিগাঁৱত জিলা ভিত্তিত ভাৰত্তোলন প্ৰতিযোগিতা অনুষ্ঠিত

মৰিগাঁও, 25 আগষ্টঃ মৰিগাঁৱত জিলা ভিত্তিত পুৰুষ-মহিলাৰ ভাৰোত্তোলন প্ৰতিযোগিতা অনুষ্ঠিত হয় । মৰিগাঁও জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই প্ৰতিযোগিতাখন উদ্ধোধন কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে । জিলাখনত প্ৰথমবাৰৰবাবে জিলা ভিত্তিত ভাৰোত্তোলন প্ৰতিযোগিতা অনুষ্ঠিত হয় । মৰিগাঁও জিলা সমিতিৰ আমন্ত্ৰণত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত পুৱা পতাকা উত্তোলন কৰে ৰাজ্যিক সমিতি সভাপতি মজনুৰ আলি আৰু জিলা সমিতি সভাপতি অজিত শৰ্মাই ।

মৰিগাঁৱত জিলা ভিত্তিত ভাৰত্তোলন প্ৰতিযোগিতা অনুষ্ঠিত

আনহাতে দুপৰীয়া ভাগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনি মুকলি কৰে মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে । উদ্ধোধনী সভাত মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰা আৰু জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই খেলুৱৈসকলক উদ্দেশ্যে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় ।

Intro:মৰিগাঁৱত অনুষ্ঠিত ৰাজ্যিক ভিৰ্ত্তিত পুৰুষ মহিলাৰ পাউৱাৰ লিফ্টিং প্ৰতিযোগিতা।মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰী শুভ উদ্বোধন কৰা এই প্ৰতিযোগিতাত ৰাজ্যৰ 25খন জিলাৰ 200 ভাৰ উত্তোলক প্ৰতিযোগীয়ে অংশ লয়।Body:মৰিগাঁৱত ৰাজ্যিক ভিৰ্ত্তিত পুৰুষ মহিলাৰ পাউৱা লিফ্টিং প্ৰতিযোগিতা অনুষ্ঠিত ।মৰিগাঁও জিলা পুথিভঁড়ালত প্ৰেক্ষাগৃহত অনুষ্ঠিত এই প্ৰতিযোগিতা উদ্ধোধন কৰে মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে।
মৰিগাঁৱত প্ৰথম বাৰৰভাবে ৰাজ্যিক ভিৰ্ত্তিক পাউৱা লিফ্টিং প্ৰতিযোগিতা সম্পন্ন ।মৰিগাঁও জিলা সমিতি আমন্ত্ৰণত জিলা পুথিভঁড়ালত প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত পুৱা পতাকা উত্তোলন কৰে ৰাজ্যিক সমিতি সভাপতি মজনুৰ আলি আৰু জিলা সমিতি সভাপতি অজিত শৰ্মাই।আনহাতে দুপৰীয়া ভাগত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতা মুকলি কৰে মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে ।উদ্ধোধনী সভাত মৰিগাঁও জিলা উপায়ুক্ত ঋতু ৰাজ বৰা আৰু জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই খেলুৱৈ সকলক শুভেচ্ছা মূলক বক্তব্য আগবঢ়াই। উল্লেখযোগ্য যে ৰাজ্যৰ 25 খন জিলাৰ 200 প্ৰতিযোগীয়ে অংশ লোৱা মৰিগাঁও জিলা পুথিভঁড়াল প্ৰতিযোগিতাৰ পৰা বাচনি কৰিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাউৱা লিফ্টিং দলটো।byte:Zila presidentConclusion:Ratuldeka etv Bharat morigaon
Last Updated : Aug 25, 2019, 6:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.