স্পৰ্টছ ডেস্ক, 18 জুলাইঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াংগনত পুনৰ জিলিকিবলৈ সক্ষম হৈছে অসম কন্যা হিমা দাস ৷ বুধবাৰে চেক ৰিপাব্লিকত অনুষ্ঠিত হোৱা ‘টেব’ৰ এথলেটিক মীটছ’ প্ৰতিযোগিতাৰ 200 মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰে হিমা দাসে ৷ 23.25 ছেকেণ্ডৰে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে হিমাই ৷
-
Won another gold today in 200m and improved my timings to 23.25s at Tabor GP. pic.twitter.com/mXwQI2W2BI
— Hima MON JAI (@HimaDas8) July 17, 2019 " class="align-text-top noRightClick twitterSection" data="
">Won another gold today in 200m and improved my timings to 23.25s at Tabor GP. pic.twitter.com/mXwQI2W2BI
— Hima MON JAI (@HimaDas8) July 17, 2019Won another gold today in 200m and improved my timings to 23.25s at Tabor GP. pic.twitter.com/mXwQI2W2BI
— Hima MON JAI (@HimaDas8) July 17, 2019
হিমা দাসে ইয়াৰ পূৰ্বে 2 জুলাইত ইউৰোপত প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছিল ৷ হিমাৰ পাচতেই 23.43 ছেকেণ্ডেৰে দ্বিতীয় স্থানত থাকে ভি. কে বিশ্ময়া ৷