ETV Bharat / sports

এসপ্তাহত দুটাকৈ স্বৰ্ণ দখল 'স্বৰ্ণকন্যা'ৰ - 200 মিটাৰ

পুনৰ স্বৰ্ণ জয় স্প্ৰীন্টাৰ হিমা দাসৰ ৷ পোলেণ্ডত অনুষ্ঠিত 'কুটনো এথলেটিকছ মীট' ত 200 মিটাৰত স্বৰ্ণ পদক দখল কৰে হিমাই ৷

হিমা দাস
author img

By

Published : Jul 9, 2019, 5:04 PM IST

স্পৰ্টছ ডেস্ক, 9 জুলাই : ভাৰতীয় তাৰকা স্প্ৰীন্টাৰ হিমা দাসে পোলেণ্ডত অনুষ্ঠিত হোৱা 'কুটনো এথলেটিকছ মীট' ত 200 মিটাৰত স্বৰ্ণ পদক দখল কৰিছে ৷ 23.97 ছেকেণ্ডেৰে হিমাই শীৰ্ষ স্থান দখল কৰাৰ পৰিৱৰ্তে ভি. কে. ভিছমায়াই 24.06 ছেকেণ্ডেৰে ৰূপৰ পদক অৰ্জন কৰে ৷

ইয়াৰোপৰি, ৰাষ্ট্ৰীয় অভিলেখৰ অধিকাৰী মহম্মদ আনছে পুৰুষৰ 200 মিটাৰ শাখাত 21.18 ছেকেণ্ডেৰে স্বৰ্ণ জয় কৰে ৷

ETV BHARAT ASSAM
হিমা দাস

উল্লেখ্য যে, 2019 বৰ্ষত এইয়া হিমাৰ দ্বিতীয়টো 200 মিটাৰ ৰেচ ৷ হিমাৰ ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে 23.10 ছেকেণ্ড ৷

অসমৰ দৌৰবিদ হিমা 400 মিটাৰ ৰেচৰ বিশ্বৰ কনিষ্ঠ চেম্পিয়ন আৰু ৰাষ্ট্ৰীয় অভিলেখৰ অধিকাৰী ৷

HIMA DAS WINS SECOND INT'NL GOLD IN A WEEK
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.