ETV Bharat / sports

এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত উজ্জলিল ভাৰতীয় খেলুৱৈ

author img

By

Published : Mar 27, 2019, 5:31 PM IST

Updated : Mar 27, 2019, 9:03 PM IST

দলীয় শাখাত মনু ভাকৰ-সৌৰভ চৌধুৰীৰ সোণৰ পদক

মনু ভাকৰ-সৌৰভ চৌধুৰী

স্পৰ্টছডেস্ক,27মাৰ্চ: বুধবাৰে ভাৰতীয় যুৱ শ্বুটাৰমনু ভাকৰ আৰু সৌৰভ চৌধুৰীয়ে টাইৱানৰ টাইপেইত 12 সংখ্যক এছিয়ান এয়াৰগান চেম্পিয়নশ্বিপত 10 মিটাৰ এয়াৰ পিষ্টলৰ দলীয় শাখাত বিশ্ব অভিলেখ সৃষ্টি কৰি সোণৰ পদক লাভ কৰে৷ কোৱালিফিকেশ্বন ৰাউণ্ডতে 17 বছৰীয়া মানু আৰু 16 বছৰীয়া সৌৰভে দলীয় ভাৱে 784 স্ক'ৰৰে 5 দিন পূৰ্বে ৰাছিয়ান খেলুৱৈ ভিটালিনা বাটচৰাচিকিনা আৰু আৰ্টেম চেনেশ্ব'ৰ দ্বাৰা বনোৱা অভিলেখ ভংগ কৰি নতুন অভিলেখ ৰচনা কৰে৷

উল্লেখ্য যে ভাৰতীয় যুৱ খেলুৱৈ দুগৰাকীয়ে পাঁচটা দলৰ ফাইনেলত 484.8 স্ক'ৰেৰে প্ৰথম স্থান অধিকাৰ কৰি সোণৰ পদক লাভ কৰে৷ বিপৰীতে 481.1 স্ক'ৰেৰে কোৰিয়ান খেলুৱৈ হুৱাংগ চিয়োনগুন আৰু কিম মোজে দ্বিতীয় স্থান আৰু 413.3 স্ক'ৰেৰে আয়োজক দেশে তৃতীয় স্থান দখল কৰে৷ ইপিনে এই ইভেণ্টত অংশ লোৱা দ্বিতীয়টো ভাৰতীয় যুটিঅনুৰাধা আৰু অভিষেকে ফাইনেলত প্ৰৱেশ কৰিছিল যদিও 372.1 স্ক'ৰেৰে চতুৰ্থ স্থানতে সন্তুষ্ট থাকিবলগীয়া হয়৷

Intro:Body:

भारतीय निशानेबाज मनु भाकर और सौरभ चौधरी की जोड़ी ने ताइपै के ताओयुआन में चल रही 12वीं एशियाई एयरगन चैंपियनशिप में बुधवार को 10 मीटर एयर पिस्टल मिक्स्ड टीम में क्वॉलिफिकेशन में नया वर्ल्ड रिकॉर्ड बनाया है. इसके साथ ही इस इवेंट का स्वर्ण पदक भी जीता.

नई दिल्ली : मनु भाकर और सौरभ चौधरी ने इससे ठीक एक महीने पहले दिल्ली में इसी स्पर्धा में आईएसएसएफ विश्व कप में सोने का तमगा जीता था.

17 वर्षीय मनु और 16 वर्षीय सौरभ ने क्वॉलिफिकेशन में 784 अंक बनाए. वहीं इन दोनों ने रूस की वितालिना बातसरासकिना और आर्तम चेर्नोसोव के पांच दिन पहले यूरोपीय चैंपियनशिप में बनाए गए रिकॉर्ड को भी तोड़ा. मनु भाकर और सौरभ चौधरी की जोड़ी ने पांच टीमों के फाइनल में 484.8 अंक के साथ पहला स्थान हासिल करके गोल्ड मेडल अपने नाम किया.

कोरिया की ह्वांग सियोनगुन और किम मोज की जोड़ी ने 481.1 अंक लेकर रजत और ताइपै की चिया यिंग और कोउ कुआन तिंग ने 413.3 अंक के साथ कांस्य पदक हासिल किया. इस इवेंट में भाग ले रही दूसरी भारतीय जोड़ी अनुराधा और अभिषेक वर्मा ने भी फाइनल्स में जगह बनाई, लेकिन उन्हें 372.1 अंक के साथ चौथे स्थान से संतोष करना पड़ा.

Conclusion:
Last Updated : Mar 27, 2019, 9:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.