ETV Bharat / sports

কোভিড-১৯: ক্ৰীড়াজগতৰ বহু তাৰকাৰ সৈতে ভিডিঅ' কনফাৰেঞ্চিং মোডীৰ

author img

By

Published : Apr 3, 2020, 2:37 PM IST

কোভিড-১৯ ৰ সংহাৰী ৰূপ অব্যাহত আছে দেশত ক্ৰীড়াজগতোত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে । শুকুৰবাৰে ভিডিঅ' কনফাৰেঞ্চিং যোগেদি মুঠ ৪৯ গৰাকী ক্ৰীড়াবিদৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

COVID-19: PM Modi to speak to eminent cricketers to fight COVID-19

স্পৰ্টছ ডেস্ক, ৩ এপ্ৰিলঃ বিশ্বত এতিয়া কৰ'ণা ভাইৰাছৰ আতংক । সাৰি যোৱা নাই ভাৰতবৰ্ষও । কোভিড-১৯ ৰ প্ৰতিহত কৰাৰ উদ্দেশ্যে দেশত এতিয়া লক্ ডাউন । আনহাতে এই ভাইৰাছৰ ফলত বিশ্বৰ লগতে ভাৰতৰ ক্ৰীড়াজগততো পৰিছে ব্যাপক প্ৰভাৱ । শুকুৰবাৰে এক ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজু সহ ভাৰতৰ ৪৯ গৰাকী খেলুৱৈৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । শচীন তেণ্ডুলকাৰ, বিৰাট কোহলি, বিচিচিআইৰ অধ্য়ক্ষ সৌৰভ গাংগুলী, মহেন্দ্ৰ সিং ধোনী, যুৱৰাজ সিং, জাহিৰ খান, কে.এল ৰাহুলৰ লগতে ৰোহিত শৰ্মাই অংশ লৈ এই অনুষ্ঠানত ।

৪৯ গৰাকী ক্ৰীড়াবিদৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

ক্ৰিকেটাৰৰ ওপৰি এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে অলিম্পিকত ৰূপ পদক বিজয়ী পি.ভি সিন্ধু, নীৰজ চোপ্ৰা, হিমা দাস, মেৰী কমকে ধৰি বহু খেলুৱৈ । নিজৰ নিজৰ অনুৰাগী তথা দেশৰ জনসাধাৰণৰ মাজত ঘৰত সোমাই থাকিবলৈ বাৰ্তা প্ৰদান কৰিবলৈ আহ্বান কৰিয়ে এই ভিডিঅ' কনফেৰঞ্চিং যোগেদি খেলুৱৈসকলৰ সৈতে মিলত হয় ।

বিৰাট কোহলি
বিৰাট কোহলি

কোভিড-১৯ ৰ মহামাৰীৰ বাবেই আগন্তুক ১৪ এপ্ৰিল লৈ স্থগিত কৰা হৈছে আইপিএল ২০২০ । বিচিচিআইৰ পৰৱৰ্তী পৰিকল্পনা হৈছে অক্টোবৰ-নৱেম্বৰত অনুষ্ঠিত কৰিব পৰা যাব নেকি আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ । যদিহে আইচিচি টি-২০ স্থগিত কৰা হয় তেতিয়া হে সম্ভৱ হৈ উঠিব এই সমীকৰণ ।

শচীন-সৌৰভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.