ETV Bharat / sports

টকিঅ’ অলিম্পিকৰ কাৰ্যসূচীত অন্তৰ্ভূক্ত হ’ল বক্সিং

বক্সিং প্ৰতিযোগীৰ বাবে সুঃখবৰ ৷ টকিঅ’ অলিম্পিক 2020 ৰ কাৰ্যসূচীত অন্তৰ্ভূক্ত হ’ল বক্সিং টুৰ্ণামেণ্ট ৷

author img

By

Published : Aug 1, 2019, 1:18 PM IST

টকিঅ’ অলিম্পিকৰ কাৰ্যসূচীত অন্তৰ্ভূক্ত হ’ল বক্সিং

স্পৰ্টছ ডেস্ক, 1 আগষ্টঃ টকিঅ’ অলিম্পিকত অনুষ্ঠিত হ’ব বক্সিঙৰ প্ৰতিযোগিতা ৷ বুধবাৰে ঘোষণা কৰা হ’ল অলিম্পিক আৰু পেৰা অলিম্পিক খেলৰ বাবে বক্সিং প্ৰতিযোগিতাৰ সম্পূৰ্ণ কাৰ্যক্ৰমণিকা৷ কিছু দিনৰ পৰা অনিশ্চয়তাই বিৰাজ কৰিছিল অলিম্পিকত বক্সিং প্ৰতিযোগিতাক লৈ ৷ অৱশেষত এই সকলো অনিশ্চয়তাৰ অৱসান ঘটাই বুধবাৰে ঘোষণা কৰা হয় টকিঅ’ অলিম্পিক 2020 ৰ কাৰ্যসূচীত বক্সিং টুৰ্ণামেণ্ট অন্তৰ্ভূক্ত হোৱাৰ কথা ৷

ETV

উল্লেখ্য যে, 2020 ৰ অলিম্পিকৰ বাবে এপ্ৰিল মাহতে ঘোষণা কৰা হৈছিল কাৰ্যসূচী যদিও বক্সিং প্ৰতিযোগিতাক লৈ অনিশ্চয়তাই বিৰাজ কৰিছিল ৷ এতিয়া অলিম্পিকত বক্সিঙৰ প্ৰতিযোগিতা সমূহ অহা বৰ্ষৰ 25 জুলাইৰ পৰা 9 আগষ্টৰ মাজত অনুষ্ঠিত হ’ব৷ কিলোগ্ৰামৰ পাঁচটা শাখাত অনুষ্ঠিত হ’ব এই বক্সিং প্ৰতিযোগিতা সমূহ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.