ETV Bharat / sports

স্থানীয় পাৰ্কত অনুশীলন অব্যাহত বক্সাৰ সৰবজিৎ সিঙৰ

এখন স্থানীয় পাৰ্কত অনুশীনৰ কৰি আছে জুনিয়ৰ শাখাৰ বক্সাৰ সৰবজিৎ সিঙে ৷ কৰ’ণা মহামাৰীৰ সময়ছোৱাত বক্সিং ৰিঙত অনুশীলন কৰাৰ পৰা ব্যৰ্থ হৈ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি ইটিভি ভাৰতযোগে সদৰি কৰে সিঙে ৷

Boxer Sarabjit Singh is practicing in local park
স্থানীয় পাৰ্কত অনুশীলন অব্যাহত ৰাখিছে বক্সাৰ সৰবজিৎ সিঙে
author img

By

Published : Dec 3, 2020, 11:19 AM IST

স্পৰ্টছ ডেস্ক,3 ডিচেম্বৰ : পশ্চিমবংগৰ অন্য়তম জুনিয়ৰ শাখাৰ বক্সাৰ সৰবজিৎ সিঙে অনুশীলনৰ বাবে বাছি লৈছে এখন স্থানীয় পাৰ্ক ৷ জুনিয়ৰ শাখাত পাঁচবাৰকৈ চেম্পিয়ন হোৱা সৰবজিতে কৰ’ণা মহামাৰীৰ সময়ছোৱাত বক্সিং ৰিঙত অনুশীলন কৰিব পৰা নাই ৷ সেয়েহে এতিয়া তেওঁ এখন স্থানীয় পাৰ্কত অনুশীলন আৰম্ভ কৰিছে বুলি ইটিভি ভাৰতক জানিবলৈ দিয়ে ৷

স্থানীয় পাৰ্কত অনুশীলন অব্যাহত ৰাখিছে বক্সাৰ সৰবজিৎ সিঙে

বিহাৰৰ সৰবজিৎ সিঙে পাঁচবাৰকৈ চেম্পিয়ন হৈ এটা উজ্জ্বল ভৱিষ্য়তৰ আশা কৰিছে ৷ অৱশ্য়ে কৰ’ণা মহামাৰীয়ে তেওঁৰ অনুশীলনত ব্য়াঘাত জন্মাইছে ৷ বক্সিং ৰিঙে খেলুৱৈসকলৰ বাবে অপেক্ষা কৰি আছে যদিও ক্ৰীড়া প্ৰাধিকৰণে ৰিঙত অনুশীলন কৰিবলৈ খেলুৱৈসকলক অনুমতি প্ৰদান কৰা নাই ৷

সম্প্ৰতি প্ৰশিক্ষক অমিতৰ তত্বাৱধানত অনুশীলন কৰি আছে বক্সাৰ সৰবজিতে ৷ অনুশীলন সন্দৰ্ভত তেওঁ ইতিমধ্য়ে ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰা বুলি জানিবলৈ দিছে ৷ কিন্তু এতিয়াও পৰিস্থিতি যেন তেওঁৰ পক্ষত নাই ৷ তেওঁ ৰিঙৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিবলৈ ক্ষীপ্ৰতাৰে নিজৰ অনুশীলনত গুৰুত্ব প্ৰদান কৰিছে ৷

লগতে পঢ়ক : লেগ স্পীনাৰ য়ুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী বৰ্মাৰ বিশেষ মুহূৰ্তৰ কিছু আলোকচিত্ৰ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.