ETV Bharat / sports

জম্মু - কাশ্মীৰৰ এথলীটে পূৰ্বতকৈ ভাল সুবিধা লাভ কৰিব : মেৰী কম

author img

By

Published : Aug 21, 2019, 10:51 PM IST

অনুচ্ছেদ 370 বাতিলকৰণক সমৰ্থন জনোৱাৰ লগতে জম্মু - কাশ্মীৰৰ এথলীট সম্পৰ্কত মন্তব্য মেৰী কমৰ ৷ চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে জম্মু - কাশ্মীৰৰ ক্ৰীড়াবিদসকলে ভাল সা-সুবিধা লাভ কৰিব বুলি মন্তব্য মেৰী কমৰ ৷

জম্মু - কাশ্মীৰৰ এথলীটে পূৰ্বতকৈ ভাল সুবিধা লাভ কৰিব : মেৰী কম

স্পৰ্টছ ডেস্ক, 21 আগষ্ট : ছয়বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ মেৰী কমে বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ অনুচ্ছেদ 370 বাতিলকৰণক সমৰ্থন জনোৱাৰ লগতে জম্মু - কাশ্মীৰৰ এথলীট সম্পৰ্কতো মন্তব্য আগবঢ়ায় ৷ সাংবাদিকৰ সৈতে এক সাক্ষাৎকাৰত বিশ্ব চেম্পিয়ন গৰাকীয়ে কয় যে, চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে জম্মু - কাশ্মীৰৰ ক্ৰীড়াবিদসকলে ভাল সা - সুবিধা আৰু আন্তগাঁথনি লাভ কৰিবলৈ সক্ষম হ'ব ৷ এতিয়াৰ পৰা ক্ৰীড়া মন্ত্ৰণালয়ে পুনপটীয়াকৈ ক্ৰীড়াবিদসকলৰ সৈতে বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰিব পাৰিব বুলিও মন্তব্য কৰে তেওঁ ৷

বিশ্ব চেম্পিয়ন বক্সাৰ মেৰী কম

উল্লেখ্য যে, আগষ্টৰ 5 তাৰিখে কেন্দ্ৰীয় চৰকাৰে অনুচ্ছেদ 370 বাতিল কৰি জম্মু - কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ অধিকাৰ নাইকিয়া কৰিছিল আৰু জম্মু - কাশ্মীৰক দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

36 বৰ্ষীয় খেলুৱৈগৰাকীয়ে বৰ্তমান আগন্তুক 2020 ট'কিঅ অলিম্পিকৰ বাবে প্ৰস্তুতি চলাই আছে ৷

Intro:Body:Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.