- আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসম কন্যা
- দ্বিতীয় আন্ত:ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ ২০১৯ ত স্বৰ্ণ পদক অৰ্জন চান্দিনী খাতুনৰদ্বিতীয় আন্ত:ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ ২০১৯
- ওদালগুৰিৰ জিলাৰ মাজবাট নিৱাসী চান্দিনী খাতুন
- উত্তৰ প্ৰদেশৰ চাহাৰণপুৰত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা
- ৪৫ কেজি শাখাত স্বৰ্ণ পদক অৰ্জন মাজবাটৰ অতি দৰিদ্ৰ পৰিয়ালৰ কণ্যা চান্দিনী খাতুনৰ
- দেওবাৰে এই সাফল্য খেলুৱৈগৰাকীৰআন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসম কণ্যা
আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসম কন্যা... হিমাৰ পিচত এইবাৰ কোন ? - International Karate Championship
উত্তৰ প্ৰদেশৰ চাহাৰণপুৰত অনুষ্ঠিত হোৱা দ্বিতীয় আন্ত:ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ 2019 ত সফলতা অৰ্জন অসম কন্যাৰ ৷
![আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসম কন্যা... হিমাৰ পিচত এইবাৰ কোন ?](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3134026-thumbnail-3x2-assam.jpg?imwidth=3840)
আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসম কণ্যা
- আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসম কন্যা
- দ্বিতীয় আন্ত:ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ ২০১৯ ত স্বৰ্ণ পদক অৰ্জন চান্দিনী খাতুনৰদ্বিতীয় আন্ত:ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ ২০১৯
- ওদালগুৰিৰ জিলাৰ মাজবাট নিৱাসী চান্দিনী খাতুন
- উত্তৰ প্ৰদেশৰ চাহাৰণপুৰত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা
- ৪৫ কেজি শাখাত স্বৰ্ণ পদক অৰ্জন মাজবাটৰ অতি দৰিদ্ৰ পৰিয়ালৰ কণ্যা চান্দিনী খাতুনৰ
- দেওবাৰে এই সাফল্য খেলুৱৈগৰাকীৰআন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসম কণ্যা
Intro:Body:
Conclusion:
*Udalguri Breaking*
# পুণৰ আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসম সন্তান ।
# দ্বিতীয় আন্ত:ৰাষ্ট্ৰীয় কেৰাটি চেম্পিয়নশ্বীপ ২০১৯ত স্বৰ্ণ পদক অৰ্জন কৰিলে ওদালগুৰি জিলাৰ মাজবাটৰ চান্দিনী খাতুনে ।
# উত্তৰ প্ৰদেশৰ সাহাৰণপুৰত অনুষ্ঠিত হোৱা দ্বিতীয় আন্ত:ৰাষ্ট্ৰীয় কেৰাটি চেম্পিয়নশ্বীপত ৪৫ কেজি শাখাত স্বৰ্ণ পদক লাভ কৰে মাজবাটৰ অতি দৰিদ্ৰ পৰিয়ালৰ কণ্যা চান্দিনী খাতুনে ।
আজি অনুষ্ঠিত হৈছিল খেলখন
Conclusion: