ETV Bharat / sports

অন্ত পৰিল অল আছাম স্পৰ্ট কিক বক্সিং চেম্পিয়নশ্বিপ, 2019

author img

By

Published : Nov 12, 2019, 8:58 PM IST

তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা অল আছাম স্পৰ্ট কিক বক্সিং চেম্পিয়নশ্বিপ, 2019 ৰ সামৰণি পৰে ৷ এই চেম্পিয়নশ্বিপত বিজয়ীসকলে নেশ্বনেল স্পৰ্ট কিক বক্সিং চেম্পিয়নশ্বিপত অসমৰ হৈ অংশগ্ৰহণ কৰিব ৷

অন্ত পৰিল অল আছাম স্পৰ্ট কিক বক্সিং চেম্পিয়নশ্বিপ, 2019

গুৱাহাটী, 12 নৱেম্বৰ : গুৱাহাটীৰ ৰূপনগৰস্থিত শ্ৰী শ্ৰী বৃন্দাবন সেৱাশ্ৰমত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰথম অল আছাম মুকলি স্পৰ্ট কিক বক্সিং চেম্পিয়নশ্বিপ, ২০১৯ ৰ অন্ত পৰে ৷ চেম্পিয়নশ্বিপত Semi Contact, Light Contact, Full Contact, K1 Rules Cadet আদি বিভিন্ন কেটেগৰীত পুৰুষ আৰু মহিলা উভয়ৰে খেল অনুষ্ঠিত কৰা হয় ৷ প্ৰতিযোগিতাত অসমৰ প্ৰতিখন জিলাৰে প্ৰায় ১০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে ৷

আছাম স্পৰ্ট কিক বক্সিং চেম্পিয়নশ্বিপ, 201
বিজয়ী প্ৰতিদ্বন্দী

প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে খেলুৱৈসকলৰ ওজন পৰীক্ষা কৰা হয় । দ্বিতীয় দিনা খেলুৱৈসকলৰ মাজত প্ৰাৰম্ভিক পৰ্যায়ৰ খেল অনুষ্ঠিত কৰাৰ লগতে তৃতীয় দিনা চূড়ান্ত খেল অনুষ্ঠিত কৰা হয় আৰু বিজয়ীসকলক মেডেল আৰু বঁটা প্ৰদান কৰা হয় । এই অনুষ্ঠানত উপস্থিত থাকে অল ইণ্ডিয়াৰ টেকনিকেল ডাইৰেক্টৰ শুভম চৌধুৰী, আস্কা (AASKA) ৰ অল আসাম টেকনিকেল ডাইৰেক্টৰ প্ৰশান্ত কুমাৰ দাস, আস্কাৰ সাধাৰণ সম্পাদক ঝংকাৰ গগৈৰ লগতে আস্কাৰ অন্যান্য বিষয়ববীয়াসকল ৷

আছাম স্পৰ্ট কিক বক্সিং চেম্পিয়নশ্বিপ, 2019

আস্কাৰ উদ্যোগত অনুষ্ঠিত এই চেম্পিয়নশ্বিপত যোৰহাট জিলাই প্ৰথম শ্ৰেষ্ঠ দল, তিনিচুকীয়া জিলাই দ্বিতীয় শ্ৰেষ্ঠ দল, ধনশিৰি মহকুমাৰ বৰপথাৰৰ মিৰাজ আলিয়ে শ্ৰেষ্ঠ পুৰুষ বক্সাৰ, তিনিচুকীয়াৰ গংগা শৰ্মাই শ্ৰেষ্ঠ মহিলা বক্সাৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় । এই চেম্পিয়নশ্বিপত বিজয়ী খেলুৱৈসকলে মুম্বাইত অনুষ্ঠিত হ'বলগা নেশ্বনেল স্পৰ্ট কিক বক্সিং চেম্পিয়নশ্বিপত অসমৰ হৈ অংশগ্ৰহণ কৰিব বুলি আস্কাৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে ৷

আৰু পঢ়ক : অস্তিত্বৰ সংকটত বটদ্ৰৱাৰ কোবাই কটা সত্ৰঃ সত্ৰৰ ভূমিত নিৰ্মাণ হৈছে মছজিদ

Intro:অন্ত পৰিল সদৌ অসম স্পৰ্ট কিক্ বক্সিং এছচিয়েছন চমুকৈ আস্কা(AASKA) ৰ উদ্যোগত গুৱাহাটীৰ ৰূপনগৰস্থিত শ্ৰী শ্ৰী বৃন্দাবন সেৱাশ্ৰমত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰথম সদৌ অসম মুকলি স্পৰ্ট কিক্ বক্সিং চেম্পিয়নশ্বিপ ২০১৯। এই চেম্পিয়নশ্বিপত ত Semi Contact/Light Contact/full contact/k1 rules cadet/younger junior/older junior/youth and Senior কেটেগৰিত পুৰুষ আৰু মহিলাৰ উভয়ৰে খেল অনুষ্ঠিত হয়।এই খেলত অসমৰ সকলো জিলাৰ পৰা প্ৰায় ১০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল Body:প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে খেলুৱৈ সকলৰ ওজন পৰীক্ষা কৰা হয়।দ্বিতীয় দিনা খেলুৱৈ সকলৰ মাজত খেল অনুষ্ঠিত কৰা হয় আৰু তৃতীয় দিনা চূড়ান্ত খেল অনুষ্ঠিত কৰাৰ লগতে বিজয়ী সকলক মেডেল আৰু বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে অল ইণ্ডিয়াৰ টেকনিকেল ডাইৰেক্টৰ শুভম চৌধুৰী, আস্কাৰ অল আসাম টেকনিকেল ডাইৰেক্টৰ প্ৰশান্ত কুমাৰ দাস, আস্কাৰ সাধাৰণ সম্পাদক ঝংকাৰ গগৈৰ লগতে আস্কাৰ অফিচিয়েল সদস্য সকল । আস্কা (AASKA ) ৰ উদ্যোগত অনুষ্ঠিত এই চেম্পিয়নশ্বিপত ত যোৰহাট জিলাই প্ৰথম শ্ৰেষ্ঠ দল ,তিনিচুকীয়া জিলাই দ্বিতীয় শ্ৰেষ্ঠ দল , ধনশিৰি মহকুমাৰ বৰপথাৰৰ মিৰাজ আলিয়ে শ্ৰেষ্ঠ পুৰুষ বক্সাৰ , তিনিচুকীয়াৰ গংগা শৰ্মাই শ্ৰেষ্ঠ মহিলা বক্সাৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় ।উল্লেখযোগ্য যে এই খেলত বিজয়ী খেলুৱৈ সকলে মুম্বাইত হবলগীয়া নেচনেল স্পৰ্ট কিক্ বক্সিং চেম্পিয়নত ত অসমৰ হৈ অংশগ্ৰহণ কৰিব বুলি আস্কা (AASKA) ৰ বিষয়ববীয়া সকলে জানিবলৈ দিয়ে ।
Conclusion:সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.