ETV Bharat / sports

গুৱাহাটীত আৰম্ভ 36 সংখ্যক জুনিয়ৰ এথলেটিক চেম্পিয়নশ্বিপ - 36th National Junior Athletics Championship 2020-21

শনিবাৰে সৰুসজাই ষ্টেডিয়ামত দেশৰ 36 সংখ্যক জুনিয়ৰ এথলেটিক চেম্পিয়নশ্বিপৰ শুভ উদ্বোধন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ প্ৰতিযোগিতাখনিত দেশৰ আটাইকেইখন ৰাজ্যৰ এথলেটিকসকলে নিজৰ নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিব ৷

36th-national-junior-athletics-championship-2020-21-start-at-guwahati
গুৱাহাটীত আৰম্ভ 36 সংখ্যক জুনিয়ৰ এথলেটিক চেম্পিয়নশ্বিপ
author img

By

Published : Feb 6, 2021, 10:00 PM IST

গুৱাহাটী,6 ফেব্ৰুৱাৰী: শনিবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হৈছে দেশৰ 36 সংখ্যক জুনিয়ৰ এথলেটিক চেম্পিয়নশ্বিপ ৷ সৰুসজাইত আৰম্ভ হোৱা জুনিয়ৰ এথলেটিক চেম্পিয়নশ্বিপৰ শুভ উদ্বোধন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ উল্লেখ্য যে, দেশৰ ক্ৰীড়াক্ষেত্ৰৰ ভালেকেইজন ৰথী- মহাৰথীয়ে অংশ লোৱা প্ৰতিযোগিতাখনিত দেশৰ আটাইকেইখন ৰাজ্যৰ এথলেটিকসকলে নিজৰ নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিব ৷

36th-national-junior-athletics-championship-2020-21-start-at-guwahati
গুৱাহাটীত আৰম্ভ 36 সংখ্যক জুনিয়ৰ এথলেটিক চেম্পিয়নশ্বিপ

উল্লেখ্য যে,শনিবাৰৰ জুনিয়ৰ এথলেটিকছৰ উদ্বোধনী অনুষ্ঠানত অংশ লয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ 100 মিটাৰ দৌৰ প্ৰতিযোগিতাত দেশক দুবাৰকৈ প্ৰতিনিধিত্ব কৰা বিশিষ্ট ক্ৰীড়াবিদ তথা ভাৰতীয় এথলেটিক ফেডাৰেচনৰ সভাপতি আদিল জি ছোমৰিৱালাৱে ৷

লগতে পঢ়কঃ 10 দিনৰ ভিতৰতে বৃদ্ধি পাব চাহ শ্ৰমিকৰ দৈনিক মজুৰিঃ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.