ETV Bharat / sports

স্বৰ্ণ জয়ৰ লক্ষ্যৰে 2019 আজলান শ্বাহ কাপত ভাৰতীয় হকী পুৰুষ দল - ETV BHARAT

মালয়েছিয়াৰ ইপোহত অহা 23 মাৰ্চৰ পৰা 30 মাৰ্চলৈ অনুষ্ঠিত হ'ব 28 সংখ্যক আজলান শ্বাহ হকী কাপ ৷

MANPREET SINGH
author img

By

Published : Mar 20, 2019, 9:36 PM IST

নিউজ ডেস্ক, 20 মাৰ্চ: মালয়েছিয়াৰ ইপোহত অহা 23 মাৰ্চৰ পৰা 30 মাৰ্চলৈ অনুষ্ঠিত হ'বলগীয়া 2019 আজলান শ্বাহ কাপত স্বৰ্ণ জয়ৰ লক্ষ্যৰে নামিব ভাৰতীয় পুৰুষ হকী দল ৷ 28 তম সংস্কৰণৰ এই হকী প্ৰতিযোগিতাত ভাৰতীয় পুৰুষ দলৰ অধিনায়ক মনপ্ৰীত সিঙে জনায় যে, যোৱা বছৰৰ বিশ্ব কাপ পৰাজয়ে দলক বহু শিক্ষা প্ৰদান কৰিছে ৷ সেয়েহে আজলান শ্বাহ কাপত সকাৰাত্মক চিন্তাধাৰাৰে আগবঢ়িব ভাৰতীয় দলটোৱে৷

ইপোহলৈ উৰা মৰাৰ আগতে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভাৰতৰ অধিনায়কজনে মন্তব্য কৰে যে, তেওঁৰ দলে ইপোহৰ গৰম জলবায়ুৰ সৈতে মোকাবিলা কৰিব পৰাকৈ প্ৰশিক্ষণত অংশগ্ৰহন কৰিছে ৷ উল্লেখ্য যে, ভাৰতীয় দলে মাৰ্চৰ 23 তাৰিখে জাপানৰ বিৰুদ্ধে প্ৰতিযোগিতাত নামিব ৷

MEN'S HOCKEY TEAM EYE GOLD AT AZLAN SHAH CUP 2019

এইবাৰ স্বৰ্ণ জয়ৰ লক্ষ্যৰে 2019 আজলান শ্বাহ কাপত ভাৰতীয় পুৰুষ দল

নিউজ ডেস্ক, 20 মাৰ্চ: মালয়েছিয়াৰ ইপোহত 23 মাৰ্চৰ পৰা 30 মাৰ্চলৈ অনুষ্ঠিত হ'বলগীয়া 2019 আজলান শ্বাহ কাপত স্বৰ্ণ জয়ৰ লক্ষ্যৰে নামিব ভাৰতীয় পুৰুষ হকী দল ৷ 28 তম সংস্কৰণৰ এই হকী প্ৰতিযোগিতাত ভাৰতীয় পুৰুষ দলৰ অধিনায়ক মনপ্ৰীত সিঙে জনায় যে, যোৱা বছৰৰ বিশ্ব কাপ পৰাজয়ে দলক বহু শিক্ষা প্ৰদান কৰিছে ৷ সেয়েহে আজলান শ্বাহ কাপত সকাৰাত্মক চিন্তাধাৰাৰে আগবঢ়িব ভাৰতীয় দলে ৷ 

ইপোহলৈ উৰা মৰাৰ আগতে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভাৰতৰ অধিনায়কজনে মন্তব্য কৰে যে, তেওঁৰ দলে ইপোহৰ গৰম জলবায়ুৰ সৈতে মুকাবিলা কৰিব পৰাকৈ প্ৰশিক্ষনত অংশগ্ৰহন কৰিছে ৷ উল্লেখ্য যে, ভাৰতীয় দলে মাৰ্চৰ 23 তাৰিখে জাপানৰ বিৰুদ্ধে প্ৰতিযোগিতাত নামিব ৷ 
PHOTO.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.