ETV Bharat / sports

অলিম্পিক টেষ্ট ইভেন্টৰ ফাইনেলত প্ৰৱেশ মহিলা হকী দল

author img

By

Published : Aug 20, 2019, 10:33 PM IST

অলিম্পিক টেষ্ট ইভেন্টৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় মহিলা হকী দলে ৷ বুধবাৰে ফাইনেলত ভাৰতীয় দলটোৱে আয়োজক জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৷

অলিম্পিক টেষ্ট ইভেন্টৰ ফাইনেলত প্ৰৱেশ মহিলা দল

স্পৰ্টছ ডেস্ক, 20 আগষ্ট : পুৰুষ দলৰ পাছতে ভাৰতীয় মহিলা হকী দলেও প্ৰৱেশ কৰিলে অলিম্পিক টেষ্ট ইভেন্টৰ ফাইনেলত ৷ ট'কিঅৰ অ'ই হকী ষ্টেডিয়ামত অনুষ্ঠিত মেচত চীনৰ বিৰুদ্ধে গ'ল বিহীনভাৱে ড্ৰ' খেলাৰ পাছতে ভাৰতীয় দলটোৱে ফাইনেলত প্ৰৱেশ কৰে ৷ সমগ্ৰ মেচতে ভাৰতীয় দলটোৱে চীনৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ সক্ষম হয় ৷ গ'লকীপাৰ সবিতাই সুন্দৰ প্ৰদৰ্শন আগবঢ়াই বিপক্ষৰ বহুকেইটা পেনাল্টি ৰক্ষা কৰিবলৈ সক্ষম হয় ৷

পইন্ট তালিকা

তিনিখনকৈ মেচত পাঁচ পইন্ট সংগ্ৰহেৰে ভাৰতীয় দলে পইন্ট তালিকাৰ শীৰ্ষ স্থান দখল কৰে ৷ বুধবাৰে ফাইনেলত ভাৰতীয় দলটোৱে আয়োজক জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.