স্পৰ্টছ ডেস্ক, 27 ছেপ্টেম্বৰ : বেলজিয়ামৰ বিৰুদ্ধে অনুষ্ঠিত তিনিখনীয়া শৃংখলাৰ প্ৰথমখন মেচত বৃহস্পতিবাৰে জয় সাব্যস্ত কৰিছে ভাৰতীয় হকী দলে ৷ মন্দীপ সিং আৰু আকাশদ্বীপ সিঙে দ্বিতীয়াৰ্ধত কৰা গ'লৰ জৰিয়তে ভাৰতে মেচখনত জয়ী হয় ৷
-
FT: 🇧🇪 0-2 🇮🇳#BelgiumTour starts on a high for India as they seal a victory in the first of the five match series against Belgium on 26th September 2019. #IndiaKaGame pic.twitter.com/0dqJPDdrL2
— Hockey India (@TheHockeyIndia) September 26, 2019 " class="align-text-top noRightClick twitterSection" data="
">FT: 🇧🇪 0-2 🇮🇳#BelgiumTour starts on a high for India as they seal a victory in the first of the five match series against Belgium on 26th September 2019. #IndiaKaGame pic.twitter.com/0dqJPDdrL2
— Hockey India (@TheHockeyIndia) September 26, 2019FT: 🇧🇪 0-2 🇮🇳#BelgiumTour starts on a high for India as they seal a victory in the first of the five match series against Belgium on 26th September 2019. #IndiaKaGame pic.twitter.com/0dqJPDdrL2
— Hockey India (@TheHockeyIndia) September 26, 2019
মেচৰ 39 মিনিটত মন্দীপে ভাৰতৰ হৈ প্ৰথমটো গ'ল কৰে ৷ আকাশদ্বীপে 54 মিনিটত দ্বিতীয়টো গ'ল কৰে ৷ মেচৰ অন্তিম মুহূৰ্তত বেলজিয়ামে আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰে যদিও ভাৰতৰ বিৰুদ্ধে এটাও গ'ল সংগ্ৰহ কৰিবলৈ সক্ষম নহয় ৷ এই জয়েৰে ভাৰতে তিনিখনীয়া শৃংখলাত 1-0 ব্যৱধানত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৷
উল্লেখ্য যে,ছেপ্টেম্বৰৰ 28 তাৰিখে ভাৰতে বেলজিয়ামৰ বিৰুদ্ধে দ্বিতীয় মেচত অৱতীৰ্ণ হ'ব ৷