ETV Bharat / sports

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ষষ্ঠ সংস্কৰণৰ বাবে সাজু নৰ্থ ইষ্ট ইউনাইটেড এফ চি

author img

By

Published : Aug 30, 2019, 6:38 PM IST

শুকুৰবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত নৰ্থ ইষ্ট ইউনাইটেড দলৰ সাংবাদিকক সম্বোধন ৷ এইবাৰ দলটোৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত ক্ৰোৱেচিয়াৰ 20 বছৰ অনুৰ্ধ দলৰ মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জার্নী ৷

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ষষ্ঠ সংস্কৰণৰ বাবে সাজু নৰ্থ ইষ্ট ইউনাইটেড এফ চি

গুৱাহাটী,30 আগষ্ট: এই বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ষষ্ঠ সংস্কৰণৰ বাবে নিৰ্দিষ্ট পৰিকল্পনাৰে আগবাঢ়িছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি ৷ ক্ৰোৱেচিয়া 20 বছৰ অনুৰ্ধ দলৰ দলৰ মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জার্নীক এইবাৰ দলটোৰ মূখ্য প্ৰশিক্ষক হিচাপে নিযুক্ত কৰা হৈছে ৷ শুকুৰবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত দলটোৱে এখন সংবাদমেল সম্বোধন কৰে য'ত উপস্থিত থাকে নৱ নিযুক্ত মূখ্য প্ৰশিক্ষক ৰবাৰ্ট জার্নীৰ লগতে সহকাৰী প্ৰশিক্ষক ছাছা গালাভাচ,খালিড জামিলৰ লগতে ষষ্ঠ সংস্কৰণত নৰ্থ ইষ্ট ইউনাইটেড দলৰ হৈ খেলিব লগা অসমৰ ৰাকেশ প্ৰধান আৰু মিজোৰামৰ লালেংমাও ৷ উৰুগুৱেৰ ২১বছৰীয়া আক্ৰমণকাৰী ষ্ট্ৰাইকাৰ মাৰ্টিন চেভেচও এইবাৰ নৰ্থ ইষ্ট ইউনাইটেড দলত চুক্তিবদ্ধ হৈছে।

সংবাদ মেলখনতে দলটোৰ মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জার্নীয়ে কয় আই এছ এল ষষ্ঠ সংস্কৰণৰ বাবে নৰ্থ ইষ্ট উইনাইটেড দল সাজু ৷ ইতিমধ্যে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত যোৱা সপ্তাহৰ পৰা প্ৰশিক্ষণ আৰম্ভ কৰিছে দলটোৱে ৷ যোৱা বর্ষতকৈ এইবাৰ দলটোৱে অধিক সাফল্য লাভ লাভ কৰি খিতাপ দখল কৰিবলৈ সক্ষম হ'ব বুলি প্ৰবল আশাবাদী মুখ্য প্ৰশিক্ষক ৰবাৰ্ট ৷ তেওঁ লগতে কয় যে যোৱা বর্ষত দলটোৱে ছেমি ফাইনেল পৰ্যন্ত আগবাঢ়ি গৈছিল কিন্তু শেষ মুহূৰ্তত দলটোৰ আত্মবিশ্বাস কিছু হ্ৰাস হোৱাৰ বাবে ফাইনেল খেলাৰ পৰা বঞ্চিত হব লগা হৈছিল ৷ সেই কথাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ দলটোক অধিক আত্মবিশ্বাসেৰে প্ৰতিযোগিতাখনত অৱতীৰ্ণ হ'ব ৷

উল্লেখযোগ্য যে দলটোৱে 21 অক্টোবৰতে নিজৰ অভিযান আৰম্ভ কৰিব যদিও ২৬ অক্টোবৰত হে ঘৰৰ মাটিত দিল্লী ডাইনামোজৰ বিৰোদ্ধে অৱতীৰ্ণ হ'ব ৷

Intro:*নৰ্থ ইষ্ট ইউনাইটেড দলৰ মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জার্নীৰ সংবাদ মেল, নিৰ্দিষ্ট পৰিকল্পনাৰে আগবাঢ়িছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি*
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ষষ্ঠ সংস্কৰণৰ বাবে সাজু নৰ্থ ইষ্ট ইউনাইটেড এফচি। মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কোৰেচিয়া ১৯-২০অনুৰ্ধ ৰাষ্ট্ৰীয় যুৱ দলৰ মুখ্যপ্ৰশিক্ষক6 ৰবাৰ্ট জার্নী। শুক্ৰবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত নৰ্থ ইষ্ট ইউনাইটেড দলটোৱে এক সংবাদ মেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে।। উক্ত সংবাদ মেলখনত উপস্থিত আছিল ইউৰোপীয়ান মূলৰ নৰ্থ ইষ্ট ইউনাইটেড দলৰ মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জার্নী, সহকাৰী প্ৰশিক্ষক ছাছা গালাভাচ, খালিড জামিলৰ লগতে ষষ্ঠ সংস্কৰণত নৰ্থ ইষ্ট ইউনাইটেড দলৰ হৈ খেলিব লগা অসমৰ ৰাকেশ প্ৰধান আৰু মিজোৰামৰ লালেংমাওৱে।
ওৰুগোৱে ২১বছৰীয়া আক্ৰমণকাৰী খেলোৱৈ মাৰ্টিন চেভেচ এইবাৰ নৰ্থ ইষ্ট দলৰ হৈ চুক্তিবদ্ধ হৈছে।

Body:উক্ত সংবাদ মেলখনতে দলটোৰ মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জার্নীয়ে কয় আইএছএল ষষ্ঠ সংস্কৰণৰ বাবে সাজু নৰ্থ ইষ্ট উইনাইটেড দলটোৰ। ইতিমধ্যে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত যোৱা সপ্তাহৰ পৰা প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে। যোৱা বর্ষৰ সাফল্যতকৈ এইবাৰ দলটোৱে অধিক সাফল্য লাভ কৰি ফাইনেল দখল কৰিবলৈ সক্ষম হব বুলি প্ৰবল আশাবাদী মুখ্য প্ৰশিক্ষক ৰবাৰ্ট। কাৰণ তেওঁ কয় যোৱা বর্ষত দলটোৱে ছেমি ফাইনেল পয্যন্ত আগবাঢ়ি গৈছিল কিন্তু শেষ মুহূৰ্তত দলটোৰ আত্মবিশ্বাস কিছু হ্ৰাস হোৱাৰ বাবে ফাইনেল খেলাৰ পৰা বঞ্চিত হব লগা হৈছিল। সেই কথা লক্ষ ৰাখি এইবাৰ দলটোক অধিক আত্মবিশ্বাসেৰে যাতে শেষ পয্যন্ত যুজঁ দিব পাৰে তাৰ বাবে সাজু কৰি তোলা বুলি তেওঁ জানিবলৈ দিয়ে।Conclusion:ইফালে নৰ্থ ইষ্ট দলটোৱে ২১প্ৰথম খেল আৰম্ভ কৰিব যদিও ঘৰৰ মাটিত ২৬অক্টোবৰতহে দিল্লীৰ ডাইনামোজৰ হৈ অৱৰ্তীন হব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.