ETV Bharat / sports

ইণ্টাৰকণ্টিনেনটেল কাপৰ পূৰ্বে ভাৰতীয় ফুটবল দলৰ প্ৰশিক্ষণ - Igor Stimac

18 দিনৰ দীৰ্ঘদিনীয়া বিৰতিৰ পিচত ইগৰ ষ্টিমেকৰ (Igor Stimac) তত্বাৱধানত ভাৰতীয় ছিনিয়ৰ ফুটবল দলৰ প্ৰশিক্ষণ ৷ ইণ্টাৰকণ্টিনেনটেল কাপৰ পূৰ্বে জোৰদাৰ প্ৰশিক্ষণত নামিছে ভাৰতীয় ফুটবল দলটো ৷

ইণ্টাৰকণ্টিনেনটেল কাপৰ পূৰ্বে ভাৰতীয় ফুটবল দলৰ প্ৰশিক্ষণ কাৰ্যসূচী
author img

By

Published : Jun 24, 2019, 7:14 PM IST

স্পৰ্টছ ডেস্ক, 24 জুনঃ ইণ্টাৰকণ্টিনেনটেল কাপৰ পূৰ্বে ভাৰতীয় ছিনিয়ৰ ফুটবল দলে আৰম্ভ কৰিছে নিজৰ প্ৰশিক্ষণ শিৱিৰ ৷ প্ৰশিক্ষক ইগৰ ষ্টিমেকৰ তত্বাৱধানত খেলুৱৈসকলক দিয়া হৈছে প্ৰশিক্ষণ ৷ 18 দিনৰ দীৰ্ঘদিনীয়া বিৰতিৰ পাচতেই আৰম্ভ কৰা হৈছে প্ৰশিক্ষণ ৷ এই প্ৰশিক্ষণৰ বৈশিষ্ট্য হৈছে যে, প্ৰত্যক জন খেলুৱৈৰ বাবে তৈয়াৰ কৰা হৈছে সুকীয়া কৈ দিনলিপি ৷ যদিও এই প্ৰশিক্ষণ অফ ছিজনত অনুষ্ঠিত কৰা হৈছে কিন্তু তেওঁলোকে এই প্ৰশিক্ষণ শিৱিৰটো খেলাৰ পূৰ্বে কৰা এক প্ৰশিক্ষণৰ দৰে কৰি লৈছিল বুলি উল্লেখ কৰে ৷ প্ৰিতম কটালক উদ্দেশ্য কৰি এই কথা উল্লেখ কৰে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্বন চমুকৈ এআইএফএফ ৰ সদস্যই ৷ দলটোৱে মুম্বাইত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷

দলটোৱে প্ৰশিক্ষক ষ্টিমেৰ নেতৃত্বত শাৰীৰিক আৰু কৌশলগত প্ৰশিক্ষণৰ লগতে ভিডিঅ’ প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হৈছে ৷ অত্যাধিক খেলে মানসিক ভাৱে শক্তিশালী কৰাত সহায় কৰে বুলি উল্লেখ কৰে জিংগানে ৷ কাটাৰত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ কোৱালিফায়াৰ পূৰ্বে এইয়া হৈছে দলটোক গঢ় দিয়া সময় ৷ অহা 7 জুলাইৰ পৰা আৰম্ভ হ’ব ইণ্টাৰকণ্টিনেনটেল কাপ প্ৰতিযোগিতা ৷

Intro:Body:

dd

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.