ETV Bharat / sports

আই এছ এলৰ ষষ্ঠতম সংস্কৰণত হায়দৰাবাদ ফুটবল ক্লাৱ

author img

By

Published : Aug 27, 2019, 8:33 PM IST

ইণ্ডিয়ান ছুপাৰ লীগে (ISL) মঙলবাৰে ঘোষণা কৰে যে,ষষ্ঠতম সংস্কৰণৰ পৰা এক নতুন দল হায়দৰাবাদ ফুটবল ক্লাৱে অংশগ্ৰহণ কৰিব ৷ এই দলটোৰ স্বত্বাধিকাৰ হৈছে বিজয় মাদ্দুৰী আৰু বৰুণ ত্ৰিপুৰানেনী ৷

আইএছএলৰ ষষ্ঠতম সংস্কৰণত হায়দৰাবাদ ফুটবল ক্লাৱ

স্পৰ্টছ ডেস্ক, 27 আগষ্ট : ইণ্ডিয়ান ছুপাৰ লীগে (ISL) মঙলবাৰে ঘোষণা কৰে যে,ষষ্ঠতম সংস্কৰণৰ পৰা এক নতুন দল হায়দৰাবাদ ফুটবল ক্লাৱে অংশগ্ৰহণ কৰিব ৷ এই দলটোৰ স্বত্বাধিকাৰ হৈছে বিজয় মাদ্দুৰী আৰু বৰুণ ত্ৰিপুৰানেনী ৷

তেলেংগানাৰ ফুটবলৰ উন্নয়নৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ আশা প্ৰকাশ কৰিছে বিজয় মাদ্দুৰীয়ে ৷ আনহাতে,দলটোৰ স্বত্বাধিকাৰী হোৱাৰ সুযোগ লাভ কৰাৰ বাবেও গৌৰৱাম্বিত বুলি মন্তব্য কৰে তেওঁ ৷ লগতে তেওঁ কয় যে,ক্ৰীড়া তেওঁৰ ৰক্তত প্ৰৱাহিত হৈ আছে আৰু এই ক্ষেত্ৰত অৰিহণা যোগাবলৈ পাই তেওঁ যথেষ্ট সুখী ৷

ত্ৰিপুৰানেনীয়েও কয় যে,এটা দলৰ স্বত্বাধিকাৰীৰ দায়িত্ব লাভ কৰি যথেষ্ট গৌৰৱাম্বিত ৷ হায়দৰাবাদত ফুটবলৰ এক সংস্কৃতি আছে বুলি মন্তব্য কৰে তেওঁ ৷ ইয়াৰ জৰিয়তে নিজ ক্লাৱক শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে ত্ৰিপুৰানেনীয়ে ৷

উল্লেখ্য যে,ষষ্ঠতম সংস্কৰণৰ আইএছএল অনুষ্ঠিত হ'ব অক্টোবৰ মাহৰ 20 তাৰিখৰ পৰা ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.