ETV Bharat / sports

প্ৰিমিয়াৰ লীগত দ্ৰুততম 100 সংখ্যক জয় লাভ গাৰ্ডিয়’লাৰ

author img

By

Published : Dec 30, 2019, 5:28 PM IST

জছ মুৰিন্হ’ৰ অভিলেখ ভংগ কৰি নতুন অভিলেখ ৰচিলে গাৰ্ডিয়’লাই ৷ প্ৰিমিয়াৰ লীগত দ্ৰুততম 100 সংখ্যক জয় লাভ কৰিলে গাৰ্ডিয়’লাই ৷ ছেফফ্লীড ইউনাইটেডক পৰাস্ত কৰাৰ পাচতেই এই অভিলেখ গাৰ্ডিয়’লাৰ ৷

প্ৰিমিয়াৰ লীগত দ্ৰুততম 100 সংখ্যক জয় লাভ গাৰ্ডিয়’লাৰ
প্ৰিমিয়াৰ লীগত দ্ৰুততম 100 সংখ্যক জয় লাভ গাৰ্ডিয়’লাৰ

স্পৰ্টছ ডেস্ক, 30 ডিচেম্বৰ: প্ৰিমিয়াৰ লীগত দেওবাৰে মেনচেষ্টাৰ চিটিৰ হাতত 2-0 গ’লত পৰাজয়ৰ সন্মুখীন হ’ল ছেফফ্লীড ইউনাইটেড ৷ এই পৰাজয়ৰ লগে-লগেই প্ৰিমিয়াৰ লীগত দ্ৰুততম 100 সংখ্যক জয় লাভ কৰা পৰিচালক হ’ল গাৰ্ডিয়’লা ৷ 134 সংখ্যক মেচত এই অভিলেখ গঢ়িবলৈ সক্ষম হ’ল মেনচেষ্টাৰ চিটিৰ পৰিচালক গাৰ্ডিয়’লাই ৷ স্পেনিছ পৰিচালকগৰাকীয়ে জছ মুৰিন্হ’ৰ পূৰ্বৰ 142 সংখ্যক মেচৰ অভিলেখ ভংগ কৰি লাভ কৰে এই কৃতিত্ব ৷ উল্লেখ্য যে, 2014 চনত মেনচেষ্টাৰ চিটিক 3-1 গ’লত চেল্সীয়ে পৰাস্ত কৰাৰ পাচত মুৰিন্হ’ৱে প্ৰিমিয়াৰ লীগত দ্ৰুততম 100 সংখ্যক জয় লাভ কৰাৰ অভিলেখ গঢ়িছিল ৷ ইপিনে এই তালিকাৰ তৃতীয় স্থানত আছে লিভৰপুলৰ জাৰ্গন ক্লাপৰ ৷ 159 সংখ্যক মেচত 100 সংখ্যক জয় লাভ কৰিছিল ক্লাপে ৷

Manager No. of Games
Pep Guardiola 134
Jose Mourinho 142
Jurgen Klopp 159
Alex Ferguson 162
Arsene Wenger 179

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.