ETV Bharat / sports

ছুপাৰ কাপৰ ফাইনেলত এফ চি গোৱা - এফ চি গোৱা

কলিংগ ষ্টেডিমায়ত অনুষ্ঠিত হোৱা ফুটবল ছুপাৰ কাপৰ ফাইনেলত প্ৰৱেশ এফ চি গোৱাৰ । প্ৰথমখন ছেমিফাইনেলত চেন্নাই চিটিক ৩-০ গলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ এফ চি গোৱাৰ ।

ছুপাৰ কাপৰ ফাইনেলত এফ চি গোৱা
author img

By

Published : Apr 10, 2019, 8:03 AM IST

স্পৰ্টছ ডেস্ক, ১০ এপ্ৰিলঃ সোমবাৰে কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ছুপাৰ কাপৰ প্ৰথমখন ছেমিফাইনেলত জয় লাভ আই এছ এলৰ ফুটবল দল এফ চি গোৱাৰ । চেন্নাই চিটি এফ চি ক ৩-০ গলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ গোৱাৰ । মেচখনত গোৱাৰ হৈ ফেৰান ক'ৰমিনাছে ২ টা আৰু ব্ৰেণ্ডন ফাৰ্ণ্ডেজ ১ টা গল কৰিবলৈ সক্ষম হয় । গোৱাই প্ৰথমটো গল কৰিবলৈ সক্ষম হয় ২৬ মিনিটত । পেনাল্টীক গলত পৰিৱৰ্তন কৰি প্ৰথমটো সফলতা দিয়ে ক'ৰমিনাছে । ইয়াৰ কিছু সময় পাচতে ক'ৰমিনাছে ৩৫ মিনিটত আন এটা গল কৰি গোৱাক ২-০ ৰ অগ্ৰগতি দিবলৈ সক্ষম হয় । প্ৰথমাৰ্দ্ধত ২-০ ৰ স্কৰ লাইন থাকে যদিও দ্বিতীয়াৰ্দ্ধৰ ৬৯ মিনিটত গোৱাৰ খেলুৱৈ ব্ৰেণ্ডনে গল কৰি ৩-০ গলত বিজয়ী সাবস্ত্য কৰে দলটোক ।

Intro:Body:

 fooot.txt 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.