ETV Bharat / sports

খেল অনুষ্ঠিত হোৱাৰ পূৰ্বে ISL ৰ 7 গৰাকী খেলুৱৈ ক'ভিড-19 ত আক্ৰান্ত - জিএমচি এথলেটিক ষ্টেডিয়াম

ইণ্ডিয়ান চুপাৰ লীগ (আইএছএল) ফুটবল চিজনৰ 7 গৰাকী খেলুৱৈ আৰু এজন সহকাৰী প্ৰশিক্ষক COVID-19 ত আক্ৰান্ত ৷ ইতিমধ্যে, ক'ভিড পৰীক্ষণ সম্পূৰ্ণ কৰি আছুতীয়াকৈ ৰখা হৈছে খেলুৱৈ সকলক ৷

COVID-19 in ISL: Seven players, one assistant coach test positive
খেল অনুষ্ঠিত হোৱাৰ পূৰ্বে ISL ৰ 7 গৰাকী খেলুৱৈ ক'ভিড-19 ত আক্ৰান্ত
author img

By

Published : Oct 13, 2020, 11:22 AM IST

নিউজ ডেস্ক, 13 অক্টোবৰ : আগন্তক মাহত গোৱাত হ'বলগীয়া ইণ্ডিয়ান চুপাৰ লীগ (আইএছএল) ফুটবল চিজনৰ আগতে 7 গৰাকী খেলুৱৈ আৰু এজন সহকাৰী প্ৰশিক্ষক COVID-19 ত আক্ৰান্ত হৈছে ৷ সোমবাৰে এক বিশেষ সূত্ৰই তথ্য প্ৰকাশ কৰিছে ৷ অৱশ্যে, আক্ৰান্ত হোৱা খেলুৱৈ আৰু প্ৰশিক্ষক গৰাকী কোনটো দলৰ সেয়া নিশ্চিত কৰিব পৰা হোৱা নাই ।

COVID-19 in ISL: Seven players, one assistant coach test positive
খেল অনুষ্ঠিত হোৱাৰ পূৰ্বে ISL ৰ 7 গৰাকী খেলুৱৈ ক'ভিড-19 ত আক্ৰান্ত

আক্ৰান্ত হোৱাৰ পিচতে সকলো খেলুৱৈ আৰু বিষয়াসকলৰ বাবে শেহতীয়াকৈ আৰোগ্য সেঁতু এপ আৰু আইএছএল স্বাস্থ্য এপ থকাটো বাধ্যতামূলক কৰিছে খেল কৰ্তৃপক্ষই ৷ যাৰ যোগেৰে খেলুৱৈ সকলক অনুকৰণ কৰিব পাৰিব বুলি উল্লেখ কৰিছে ।

লগতে পঢ়ক : আইপিএল-2020ৰ পৰা বাহিৰ ঈশান্ত শৰ্মা

ইতিমধ্যে, খেলুৱৈ সকল আক্ৰান্ত হোৱাৰ পিচতে সকলো দলক গোৱাত পৃথক পৃথকে হোটেলত ৰখা হৈছে ৷ লগতে, কৰ্তৃপক্ষৰ ফালৰ পৰা কঠোৰ ক'ভিড প্ৰট'কল মানি চলাৰ নিৰ্দেশনা প্ৰদান কৰিছে ৷

উল্লেখ্য যে, খেলসমূহ সম্পূৰ্ণৰূপে গোৱাৰ তিনিটা স্থানত অনুষ্ঠিত হ'ব ৷ জৱাহৰলাল নেহৰু ষ্টেডিয়াম, মাৰগাঁও, জিএমচি এথলেটিক ষ্টেডিয়াম, বাম্বোলিম, তিলক মৈদান ষ্টেডিয়াম আৰু ভাস্কোত অনুষ্ঠিত হ'ব ৷

ইতিমধ্যে, আক্ৰান্ত খেলুৱৈ সকলক আছুতীয়াকৈ ৰখাৰ উপৰিও ক'ভিড পৰীক্ষণ সম্পন্ন কৰা হৈছে ৷

লগতে পঢ়ক : জনীয়াত বন বিভাগৰ অভিযান: জব্দ মেচিনসহ লক্ষাধিক টকাৰ কাঠৰ কুণ্ডা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.