ETV Bharat / sports

IPL 2022: ধোনীয়ে এৰিলে অধিনায়কত্ব, জাদেজাৰ কান্ধত CSKৰ দায়িত্ব

author img

By

Published : Mar 24, 2022, 3:55 PM IST

আই পি এলৰ চলিত ছিজনৰ আৰম্ভণিতে চেন্নাই চুপাৰ কিংছত ডাঙৰ সালসলনি ৷ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাক দলটোৰ নেতৃত্ব প্ৰদান(Ravindra Jadeja new skipper of Chennai Super Kings) ৷

Ravindra Jadeja new skipper of Chennai Super Kings
ধোনীয়ে এৰিলে অধিনায়কত্ব

স্প’ৰ্টছ ডেস্ক, 24 মাৰ্চ : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL)ত বৃহস্পতিবাৰে দেখা গ’ল এক ডাঙৰ সালসলনি । চেন্নাই চুপাৰ কিংছৰ অধিনায়কত্বৰ পৰা পদত্যাগ কৰিছে মহেন্দ্ৰ সিং ধোনীয়ে(MS Dhoni quits CSK captaincy) । ধোনীৰ স্থানত দলটোৰ নেতৃত্ব প্ৰদান কৰা হৈছে অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাক(Ravindra Jadeja will replace MS Dhoni) ৷

এইবাৰ চেন্নাই দলে জাদেজা আৰু ধোনীকে ধৰি 4 জন খেলুৱৈক ৰিটেইন কৰিছিল । ফ্ৰেঞ্চাইজিটোৱে ১৬ কোটি টকাত ৰিটেইন কৰি ৰাখিছিল জাদেজাক। আনহাতে, চলিত ছিজনৰ বাবে ১২ কোটি টকাত ৰিটেইন কৰা হৈছিল ধোনীক । ইয়াৰ পৰাই অনুমান কৰা হৈছিল যে, জাদেজাক পৰৱৰ্তী অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হ'ব পাৰে।

ইপিনে, জাদেজা আৰু ধোনীৰ লগতে, মইন আলীক 8 কোটি টকা আৰু ৰিতুৰাজ গায়কোৱাড়ক 6 কোটি টকাত ৰিটেইন কৰি ৰাখিছিল চেন্নাই চুপাৰ কিংছে ।

লগতে পঢ়ক : 24 মাৰ্চৰ পৰা আৰম্ভ হ’ব বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.