ETV Bharat / sports

IPL 2023 GT Vs RR match updates: গুজৰাট টাইটানছক 3 উইকেটত পৰাস্ত কৰিলে ৰাজস্থান ৰয়েলছে - IPL 2023 match updates

IPL 2023 ৰ দেওবাৰৰ দ্বিতীয়খন খেলত গুজৰাট টাইটানছক 3 উইকেটত পৰাস্ত কৰে ৰাজস্থান ৰয়েলছে (IPL 2023 Live updates)৷ প্ৰথমে বেটিং কৰি RR ক 178 ৰাণৰ লক্ষ্য বান্ধি দিছিল GT য়ে (IPL 2023 GT Vs RR match updates)৷

IPL 2023 GT Vs RR match updates
IPL 2023 GT Vs RR match updates
author img

By

Published : Apr 16, 2023, 9:27 PM IST

Updated : Apr 17, 2023, 12:16 AM IST

নিউজ ডেস্ক, 15 এপ্ৰিল : IPL 2023 ৰ আজিৰ খেলত অধিনায়ক সঞ্জু চেমচন আৰু ছিমৰণ হেটমেয়াৰৰ অৰ্ধশতকৰ সহায়ত গুজৰাট টাইটানছক 3 উইকেটত পৰাস্ত কৰে ৰাজস্থান ৰয়েলছে ৷ 177 ৰাণৰ টাৰ্গেট আগত লৈ খেল আৰম্ভ কৰা দলটোৱে প্ৰথমেই 4 ৰাণতে দুটাকৈ উইকেট হেৰুৱাই যদিও পাড়িক্কল আৰু চেমচনে দলৰ স্থিতি মজবুত কৰে ৷ 26 ৰাণ কৰি পাড়িক্কল আউট হোৱাৰ পাচত 5 ৰাণ কৰিয়েই পেভিলিয়নমুখী হয় ৰিয়ন পৰাগ (IPL 2023 GT Vs RR match updates) ৷

তাৰ পাচতেই হেটমেয়াৰৰ সৈতে মিলি স্ক’ৰ আগুৱাই নিয়ে চেমচনে ৷ 32 টা বলত 3 টা বাউণ্ডেৰী আৰু 6 টা অভাৰ বাউণ্ডেৰী কোবাই 60 ৰাণ কৰে চেমচনে ৷ ইফালে বিস্ফোৰক বেটিঙেৰে হেটমেয়াৰেও 26 টা বলত 56 ৰাণ কৰি নট আউট হৈ ৰয় ৷ 5 টা অভাৰ বাউণ্ডেৰী আৰু 2 টা বাউণ্ডেৰী কোবাই হেটমেয়াৰে ৷ গুজৰাটৰ হৈ মঃ ছামীয়ে 3 টা উইকেট দখল কৰে (IPL 2023 Live updates)৷

ইয়াৰ পূৰ্বে টচত জিকি বলিঙৰ সিদ্ধান্ত গ্ৰহণ ৰাজস্থান ৰয়েলছৰ (IPL 2023 GT Vs RR match updates)৷ বৰ্তমানলৈকে IPL ৰ পইণ্ট তালিকাৰ শীৰ্ষত থকা গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 178 ৰাণৰ লক্ষ্য বান্ধি দিয়ে (RR Vs GT match updates) ৷

অপেনিং কৰিবলৈ আহি 4 ৰাণতে পেভিলিয়নমুখী হয় উইকেট কীপাৰ বেটছমেন ঋদ্ধিমান সাহা ৷ তাৰ পিচতে শুভমন গিল আৰু সাই সুদৰ্শনে দলৰ স্ক’ৰ আগুৱাই নিয়ে (IPL RR Vs GT)৷ কিন্তু 19 টা বলত 20 ৰাণ কৰি ৰাণ আউট হয় সুদৰ্শন ৷ অধিনায়ক হাৰ্দিক পাণ্ডিয়াও 28 ৰাণ কৰিয়েই পেভিলিয়নলৈ ওভতে (GT Vs RR IPL match) ৷ 34 টা বলত 4 টা বাউণ্ডেৰী আৰু এটা অভাৰ বাউণ্ডেৰী কোবাই 45 ৰাণ সংগ্ৰহ কৰি কেটচ্ আউট হয় শুভমন গিল ৷ 20 অভাৰত 7 টা উইকেট হেৰুৱাই 177 ৰাণ সংগ্ৰহ কৰে GT এ ৷ ডেভিদ মিলাৰে সৰ্বাধিক 30 টা বলত 6 ৰাণ সংগ্ৰহ কৰে ৷

GT- ঋদ্ধিমান সাহা (Wk), শুভমান গিল, সাই সুদৰ্শন, হাৰ্দিক পাণ্ডিয়া (C), অভিনৱ মনোহৰ, ডেভিড মিলাৰ, ৰাহুল তেৱাটিয়া, ৰছিদ খান, আলজাৰি জোছেফ, মহম্মদ ছামী, মোহিত শৰ্মা

RR- জছ বাটলাৰ, যশস্বী জয়ছোৱাল, সঞ্জু চেমছন (C& Wk), ৰিয়ান পৰাগ, চিমৰন হেটমেয়াৰ, ধ্ৰুৱ জুৰেল, ৰবিচন্দ্ৰন অশ্বিন, ট্ৰেণ্ট ব'ল্ট, এডাম জাম্পা, সন্দীপ শৰ্মা, যুজবেন্দ্ৰ চাহাল

ইয়াৰ আগৰ খেলখনত আজি মুম্বাইৰ ইণ্ডিয়ানছৰ হাতত 5 উইকেটত পৰাস্ত হয় কলকাতা নাইট ৰাইডাৰ্ছ ( IPL 2023 match updates)৷ প্ৰথমে বেটিং কৰি KKR এ ভেংকটেশ আয়াৰৰ অনবদ্য 104 ৰাণৰ সহায়ত 186 ৰাণৰ লক্ষ্য বান্ধি দিয়ে MI ক (MI beats KKR)৷

কিন্তু MI এ 17.4 অভাৰত 5 উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে ৷ ভেংকটেশৰ 104 ৰাণ হৈছে IPL 2023 ৰ এখন খেলত এজন খেলুৱৈৰ সৰ্বাধিক ব্যক্তিগত ৰাণ আৰু দ্বিতীয়টো শতক ৷ প্ৰথমটো শতক অৰ্জন কৰিছিল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ব্ৰুকে ৷

লগতে পঢ়ক: IPL 2023 MI Vs KKR: KKR ৰ বিৰুদ্ধে 5 উইকেটত জয়লাভ MI ৰ; অথলে গ’ল ভেংকটেশৰ শতক

Last Updated : Apr 17, 2023, 12:16 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.