ETV Bharat / sports

CSK vs PBKS match updates: চেন্নাইক 4 উইকেটত পৰাস্ত কৰিলে পঞ্জাৱে - IPL 2023 LIVE updates

এম এ চিদাম্বৰম ষ্টেডিয়ামত দেওবাৰে আই পি এলৰ এখন খেলত মুখামুখি হয় পঞ্জাৱ কিংছ আৰু চেন্নাই ছুপাৰ কিংছ ৷ চেন্নাইক 4 উইকেটত পৰাস্ত কৰে পঞ্জাৱে (CSK vs PBKS match updates) ৷

CSK vs PBKS match updates
IPL 2023 match report
author img

By

Published : Apr 30, 2023, 4:25 PM IST

Updated : Apr 30, 2023, 7:36 PM IST

নিউজ ডেস্ক, 30 এপ্ৰিল: আই পি এলৰ এখন খেলত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত মুখামুখি হৈছে পঞ্জাৱ কিংছ আৰু চেন্নাই ছুপাৰ কিংছ ৷ টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চেন্নাই দলে ৷ আই পি এলৰ পইন্ট তালিকাত বৰ্তমান চতুৰ্থ স্থানত আছে চেন্নাই আৰু ষষ্ঠ স্থানত আছে পঞ্জাৱ কিংছ (IPL 2023 match report) ৷

ইয়াৰ আগৰ দুখন খেলত ৰাজস্থান ৰয়েলছৰ হাতত চেন্নাই ছুপাৰ কিংছ পৰাস্ত হোৱাৰ বিপৰীতে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে পৰাস্ত হৈছিল পঞ্জাৱ কিংছ (Chennai Super Kings vs Punjab Kings match) ৷ দেওবাৰৰ খেলখনৰ বাবে চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে দলত কোনো ধৰণৰ পৰিৱৰ্তন কৰা নাই ৷ কিন্তু পঞ্জাৱ কিংছৰ অধিনায়ক শিখৰ ধাৱনে এটা পৰিৱৰ্তন কৰিছে ৷ পঞ্জাৱ কিংছ দললৈ প্ৰত্যাৱৰ্তন ঘটিছে হৰপ্ৰীত ব্ৰাৰৰ (IPL 2023 LIVE updates) ৷

লগতে পঢ়ক: TATA IPL 2023 : ইডেনত গুজৰাটৰ বিৰুদ্ধে 7 উইকেটত পৰাস্ত কলকাতা

খেলুৱৈৰ তালিকা

চেন্নাই ছুপাৰ কিংছ- ঋতুৰাজ গাইকৱাদ, ডেভন কনৱে’, অজিংক্য ৰাহানে, মইন আলী, অম্বতি ৰায়ুডু, শিৱম ডুবে, ৰবীন্দ্ৰ জাদেজা, এম এছ ধোনি (c & wk), মথিছা পাথিৰানা, তুষাৰ দেশপাণ্ডে, মহীশ থিকশানা (CSK vs PBKS match report)

পঞ্জাৱ কিংছ- অথৰ্ব টাইদে, শিখৰ ধাৱন (c), লিয়াম লিভিংষ্টন, চিকন্দৰ ৰাজা, ছেম কুৰাণ, জিতেশ শৰ্মা (wk), শ্বাহৰুখ খান, হৰপ্ৰীত ব্ৰাৰ, কাগিছো ৰাবাদা, ৰাহুল চহৰ, অৰ্শদীপ সিং (PBKS vs CSK match updates)

পইন্ট তালিকা-

1. গুজৰাট টাইটানছ (GT)

2. ৰাজস্থান ৰয়েলছ (RR)

3. লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (LSG)

4. চেন্নাই ছুপাৰ কিংছ (CSK)

5. ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB)

6. পঞ্জাব কিংছ (PBKS)

7. কলকাতা নাইট ৰাইডাৰ্ছ (KKR)

8. ছান ৰাইজাৰ্ছ হায়দৰাবাদ (SRH)

9. মুম্বাই ইণ্ডিয়ানছ (MI)

10. দিল্লী কেপিটেলছ (DC)

লগতে পঢ়ক: DC vs SRH IPL match: দিল্লীৰ বিৰুদ্ধে 9 ৰাণ জয়ী হায়দৰাবাদ; অথলে গ’ল ষ্ট্ৰেচৰ 4 উইকেট তথা অৰ্ধশতক

Last Updated : Apr 30, 2023, 7:36 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.