ETV Bharat / sports

ধোনীক ধন্যবাদ জ্ঞাপন দীপক চাহাৰেৰ - পেচ বলাৰ দীপক চাহাৰে

পেচ বলাৰ দীপক চাহাৰে চেন্নাই চুপাৰ কিংছৰ (চিএছকে) অধিনায়ক এম এছ ধোনীক পাৱাৰ প্লে’ বলাৰ হোৱাত কৰা সহায়ৰ বাবে ধন্যবাদ জনাইছে । চাহাৰে পাঞ্জাৱ কিংছৰ বিৰুদ্ধে চাৰি অভাৰত ১৩ ৰাণত চাৰিটা আৰু তাৰ পিছত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ২৯ ৰাণত চাৰিটা উইকেট দখল কৰিছিল ।

ms dhoni
ধোনীক ধন্যবাদ জ্ঞাপন দীপক চাহাৰেৰ
author img

By

Published : May 22, 2021, 4:52 PM IST

স্পৰ্টছ ডেস্ক, ২২ মে': পেচ বলাৰ দীপক চাহাৰে চেন্নাই চুপাৰ কিংছৰ (চিএছকে) অধিনায়ক এম এছ ধোনীক পাৱাৰপ্লে বলাৰ হোৱাত কৰা সহায়ৰ বাবে ধন্যবাদ জনাইছে । 'মাহী ভাইয়ে মোক এজন পাৱাৰ প্লে’ বলাৰ কৰিছে । তেওঁ বেছিভাগ সময় মোক খেলখনৰ প্ৰথম অভাৰ কৰিবলৈ দিয়ে । মাহী ভাইৰ অধীনত খেলাটো মোৰ এটা দীৰ্ঘদিনীয়া সপোন আছিল । মই তেওঁৰ অধিনায়কত্বত বহুত শিকিছোঁ । তেওঁ সদায় মোক সমৰ্থন কৰি আহিছে । তেওঁ দায়িত্ব কেনেদৰে ল'ব লাগে শিকাইছিল । সময়ৰ লগে লগে মই উন্নতি কৰিছো আৰু কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে শিকিছো । বিশেষকৈ টি-২০'ত বুলি কয় দীপক চাহাৰে ।

মহমাৰীৰ বাবে সম্প্ৰতি আই পি এল স্থগিত ৰখা হৈছে । খেল চলি থকাৰ সময়ত চিএছকেৰ হৈ চাহাৰে কেইখনমান খেলত উইকেট দখল কৰিবলৈ সক্ষম হৈছিল । তেওঁ দুই চাৰিটা উইকেট দখল কৰিছিল । চাহাৰে পাঞ্জাৱ কিংছৰ বিৰুদ্ধে চাৰি অভাৰত ১৩ ৰাণত চাৰিটা আৰু তাৰ পিছত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ২৯ ৰাণত চাৰিটা উইকেট দখল কৰিছিল ।

লগতে পঢ়ক: টকিঅ' অলিম্পিক:১২ জুলাইত জাপানলৈ যাব আইঅ'চিৰ সভাপতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.