ETV Bharat / sports

প্ৰত্যাহ্বান লৈ কিংছ ইলেভেন পঞ্জাৱৰ মুখামুখি হ’ব চেন্নাই চুপাৰ কিংছ

author img

By

Published : Oct 4, 2020, 5:07 PM IST

আজি আই পি এলৰ দ্বিতীয় খেল চেন্নাই চুপাৰ কিংছ আৰু কিংছ ইলেভেন পাঞ্জাৱৰ মাজত অনুষ্ঠিত হ'ব ৷ ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব খেলখন ৷

KXIP vs CSK Dream11 Prediction: Kings XI Punjab vs Chennai Super Kings best XI
পাঞ্জাৱৰ হাতত ধৰাশায়ী হ'ব নেকি চেন্নাই চুপাৰ কিংছ

স্পৰ্টছ ডেস্ক, 4 অক্টোবৰ : ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ চমুকৈ IPL ৰ 18 সংখ্যক খেলখন 4 অক্টোবৰত চেন্নাই চুপাৰ কিংছ আৰু কিংছ ইলেভেন পাঞ্জাৱৰ মাজত অনুষ্ঠিত হ'ব ৷ ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব খেলখন ৷

উল্লেখ্য যে, চলিব বৰ্ষৰ আইপিএলত চেন্নাই চুপাৰ কিংছে 4 খন খেলত পৰাজয় বৰণ কৰি শীৰ্ষ তালিকাৰ 8 নং স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ আজি পুনৰ সমুখ সমৰত দলটোৰ বাবে এক নতুন প্ৰত্যাহ্বান হ'ব ৷ দলটোত বহু কেইগৰাকী প্ৰতিভাৱান খেলুৱৈ থকাৰ পিচতো দলটোৰ পৰাজয় বৰণে দলটোক ভাল পোৱা অনুৰাগীৰ মাজত প্ৰশ্নৰ সৃষ্টি কৰিছে ৷

গতিকে, আজিৰ দ্বিতীয় খেলখনক লৈ ক্ৰীড়া প্ৰেমীৰ মাজত ব্যাপক উৎসাহ দেখা পোৱা পৰিলক্ষিত হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.