ETV Bharat / sports

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিজয় সাব্যস্ত

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিজয় সাব্যস্ত ৷ 6 উইকেটত বিজয় সাব্যস্ত দলটোৰ ৷ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰৰ বিৰুদ্ধে বিজয় সাব্যস্ত ৷

author img

By

Published : Nov 7, 2020, 9:55 AM IST

Updated : Nov 7, 2020, 10:42 AM IST

IPL 2020: Warner hails Williamson's 'masterclass' knock against RCB
7 নৱেম্বৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিজয় সাব্যস্ত

স্পৰ্টছ নিউজ, 7 নৱেম্বৰ : আইপিএলৰ যোৱাকালিৰ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰৰ বিৰুদ্ধে 6 উইকেট আৰু 132 ৰানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ৷ শুকুৰবাৰে শ্বেইখ জায়দ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত সুন্দৰ প্ৰদৰ্শনৰে দলটোৱে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ৷

আনহাতে, খেলখনৰ প্ৰসংগ উল্লেখ কৰি কয় যে, খেলখনৰ মাজভাগত খেলৰ মানদণ্ড যথেষ্ট বেয়া হোৱা পৰিলক্ষিত হৈছিল কিন্তু পিচৰফালে খেলৰ ফলাফল যথেষ্ট উন্নত হোৱা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে, চানৰাইজ হায়দৰাবাদে দেওবাৰ অৰ্থাৎ 8 নৱেম্বৰত দিল্লী কেপিটেলছৰ বিৰুদ্ধে মুখামুখি হ'ব ৷

লগতে পঢ়ক : মাত্ৰ এমাহৰ ভিতৰতে সমাধান হ'ব মহানগৰবাসীৰ খোৱাপানীৰ সমস্যা

Last Updated : Nov 7, 2020, 10:42 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.