ETV Bharat / sports

আইপিএল 2020 : আজি হায়দৰাবাদৰ বিৰুদ্ধে মুখামুখী হ'ব চেন্নাই

author img

By

Published : Oct 2, 2020, 4:53 PM IST

আইপিএলৰ আজিৰ মেচত মুখামুখি হ'ব চেন্নাই চুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ ৷ ছয় দিনৰ বিৰতিৰ পাচত চেন্নাই দলে ডুবাই ইন্টাৰনেশ্যনেল ষ্টেডিয়ামত হায়দৰাবাদৰ বিৰুদ্ধে মেচত অংশগ্ৰহণ কৰিব ৷

আইপিএল 2020
আজি হাইদৰাবাদৰ বিৰুদ্ধে মুখামুখী হ'ব চেন্নাই

স্পৰ্টছ ডেস্ক, 2 অক্টোবৰ : দুৰ্বল প্ৰদৰ্শন আগবঢ়াই পইন্ট তালিকাৰ অন্তিম স্থান দখল কৰা চেন্নাই চুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ দল আজি মুখামুখি হ'ব ৷ ছয়দিনৰ বিৰতিৰ পাচত চেন্নাই দলে ডুবাই ইন্টাৰনেশ্যনেল ষ্টেডিয়ামত হাইদৰাবাদৰ বিৰুদ্ধে মেচত অংশগ্ৰহণ কৰিব ৷

আজি হায়দৰাবাদৰ বিৰুদ্ধে মুখামুখী হ'ব চেন্নাই

উল্লেখ্য যে, এই দুয়ো দলেই বৰ্তমান পইন্ট তালিকাৰ অন্তিম স্থানত অৱস্থান কৰিছে ৷ দুয়ো দলে তিনিখনকৈ মেচৰ পৰা সংগ্ৰহ কৰিছে কেৱল 2 পইন্টকৈ ৷ টুৰ্ণামেন্টত প্ৰত্যাৱৰ্তন ঘটাবৰ বাবে দুয়ো দলৰ ওচৰত যথেষ্ট সময় আছে যদিও সোনকালে প্লে'অফলৈ যোগ্যতা অৰ্জনৰ প্ৰচেষ্টা চলাব ৷

আইপিএল 2020
দুই দলৰ পূৰ্বৰ মুখামুখি
আইপিএল 2020
পইন্ট তালিকা

দুয়ো দলৰ স্কোৱাড-

চেন্নাই চুপাৰ কিংছ : এম এছ ধোনী (অধিনায়ক), পিয়ুশ চাওলা, ইমৰান তাহিৰ, মিটচেল চেন্টনাৰ, জছ হেজলউদ, শাৰদুল ঠাকুৰ, ছেম কুৰান, এন. জগদ্দীশান, কে. এম. আশিফ, মনু কুমাৰ, আৰ. ছাই কিশোৰ, ৰিতুৰাজ গাইকৱাড, কৰ্ণ শৰ্মা, এম. বিজয়, অম্বাতি ৰায়ুডু, ফাফ ডু প্লেছি, শ্বেন ৱাটছন, কেদাৰ যাদৱ, ডুৱাইন ব্ৰেভ', ৰবীন্দ্ৰ জাদেজা, লুংগী এনগিডী, দীপক চাহাৰ ৷

ছানৰাইজাৰ্ছ হায়দৰাবাদ : ডেভিদ ৱাৰ্ণাৰ (অধিনায়ক), আব্দুল ছামাদ, বিজয় শংকৰ, মহম্মদ নবী, ৰশিদ খান, জেছন হল্ডাৰ, অভিষেক শৰ্মা, বি. সন্দীপ, সঞ্জয় যাদৱ, শাহবাজ নদীম, সিদ্ধাৰ্থ কৌল, বিল্লী ষ্টেনলেক, টি. নতৰাজন, বাছিল থাম্পি, জনী বেয়াৰষ্ট', কেন উইলিয়ামছন, মনিশ পাণ্ডে, শ্ৰীবটছ গোস্বামী, বিৰাট সিং, প্ৰিয়ম গাৰ্গ, ঋধিমান সাহা, ফেবিয়ান এলেন, ভূৱনেশ্বৰ কুমাৰ, খলিল আহমেদ, সন্দীপ শৰ্মা ৷

লগতে পঢ়ক : KXIP বনাম MI : টছত জয়ী হৈ ফিল্ডিঙৰ সিদ্ধান্ত কে. এল. ৰাহুলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.